কেনেকৈ সহজ সৰলকৈ অসমীয়াত যুক্তাক্ষৰৰ লিখিব পাৰি
How can type assamses( ৎ And ৗ ) keyboard | Reason | Shortcut key
![]() |
photo by google |
তোমালকে কেতিয়াবা অসমীয়া লিখাৰ ক্ষেত্ৰত বহুতো অসুবিধা সন্মুখিন হৈছে। কিন্তু ভয় নকৰিবা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে পঢ়ি লৈ যোৱা তেতিয়া ভালকৈ জানিবলৈ পাবা। কিছুমান এনেকুৱা শব্দ আছে, আমি বাৰে বাৰে চেষ্টা কৰিহে কেতিয়াবা শুদ্ধকৈ লিখিবলৈ পাৰো। মই যেতিয়া অসমীয়া লিখিছিলো তেতিয়া বহুত অসুবিধা সন্মুখিন হৈছো। কিন্তু আজি অকণমান হলেও লিখা মেলা কৰিব পাৰো। উদাহৰণ, অসমীয়াত মই ৎ বহুত বাৰে লিখিবলৈ চেষ্টা কৰিছিলো, উইটিউৱ, গুগোলত আদি বিচাৰি চাইছিলো। কিন্তু কত পোৱা নাছিল। কিছুমানে কয় চিফ্ প্লাছ জেট(shift+z)মাৰিলে ৎ বিচাৰি পাবো বুলি কৈছে, কত বিছাৰি পাব!
তোমালোকে এনেকুৱা মোৰ দৰে অবস্থা হৈছে, তেতিয়া হলে ভালেই হৈছে। আজি মই তোমালোকক মাইক্ৰচোফ ৱাৰ্ক(Microsoft word)ৰ বিষয়ে বহলাই অসমীয়াত লিখা বা লিপিৰ বিষয়ে ভালকৈ শিকাই দিম।
প্ৰথমতে সমস্যাৰ বিষয়ে ভালকৈ জানিম। ইয়াৰ প্ৰধান কাৰণ আৰু সমাধানসমূহঃ
১. অসমীয়া লিখিৰ সমস্যা।
২. ৎ যেতিয়া লিখিব আহে, তেতিয়া বিচাৰি বা লিখিব নোপোৱা।
৩. “ ”, ‘’ ডাবুল কমা লিখিব আহে, তেতিয়া বিচাৰি বা লিখিব নোপোৱা।
৪. ৗ লিখিব আহে, তেতিয়া বিচাৰি বা লিখিব নোপোৱা।
৫. চিমবোলত গৈ চিনবিলাকক বিছাৰি নোপোৱা আদি।
১. অসমীয়া লিখিৰ সমস্যা
অসমীয়াত লিখাৰ ক্ষেত্ৰ বহুতো সমস্যা দেখা দিয়ে। মই ভাবো! আজি লৈকে এটা ভাল অসমীয়া চফৱেৰ ওলাবা নাই, কিয়নো মই কেইবাটাও চফৱেৰ ব্যৱহাৰ কৰিছিলো, কিন্তু ক’ৰৱাত নহয় কৰৱাত যুক্ত আখৰৰ সমস্যা দেখা দিয়ে। কিন্তু মই তোমালোকক কওঁ দিজাইন আদি কৰিব লাগিলে পেছমেকাৰত(ইয়াত বেলেগকৈ চফৱেৰ ল’ব লাগে) কৰিবা, যদি চিঠি, নোট আদি লিখিব লাগিলে মাইক্ৰচফ ৱাৰ্ড বেছি ভাল।
২. ৎ যেতিয়া লিখিব আহে, তেতিয়া বিচাৰি বা লিখিব নোপোৱা
অসমীয়াত ৎ যেতিয়া লিখিব আহে, তেতিয়া বহুত বিপাঙ্গত পৰি যাওঁ। কিয়নো তোমাৰ কম্পিউটাৰ বা লেপটপে ৎ নাহে তুমি কি কৰিবা! ডাঙৰ কথা নহয় জানো? আজি মই তোমালকক সহজ সৰল ভাষাত তোমালোকক শিকাই দিম। তোমাৰ কিত বোৰ্ড 09ce,alt+x মাৰিলে ৎ আহি যাব। ইয়াত কোনো চফৱেৰ আদি ডাউনলোড কৰিব নালাগে। আপোনাৰ ফৰ্ন চাইজৰ লগত মিলি যাব।
৩. “ ”, ‘’ ডাবুল কমা লিখিব আহে, তেতিয়া বিচাৰি বা লিখিব নোপোৱা
কমা(“ ”, ‘’)ক আমি সকলো সময়তে ব্যৱহাৰ হোৱা দেখা যায়। কিন্তু এই কমা লিখিলে আমাৰ ফৰ্ন চাইজ অমিল বা লিখাত অসুবিধা পোৱাৰ বেছি দেখিবলৈ পোৱা যায়। কিন্তু এনেকুৱা লিখাৰ ক্ষেত্ৰ চৰ্তকাৰ্ট(Shortcut) ব্যৱহাৰ কৰিলে কোনো চিন্তাৰ প্ৰয়োজন নাই। যেনে:-
’=2019,alt+x
‘=2018,alt+x
৪. ৗ লিখিব আহে, তেতিয়া বিচাৰি বা লিখিব নোপোৱা
ৗ অসমীয়াত এনেকুৱা লিপি বা আখৰ লিখিব আহিলে তুমি কি কৰিবা। এনেকুৱা আখৰ কমকৈ লিখিব পাওঁ, প্ৰায় অসমীয়াত ইয়াৰ বেছি প্ৰয়োজন নহয়, বেছি ভাগ ৌ চিনটো বেছি ব্যৱহাৰ হয়। কিন্তু তোমালোকক কওঁ, ৗ আখৰটো ৰাভা ভাষাত বেছি ব্যৱহাৰ হোৱা দেখা যায়। অৗ=ৗ চিনৰ পৰা আহিছে, ৰাভা ভাষাত প্ৰায় ৮০% ব্যৱহাৰ হোৱা দেখা যায়। ইয়াক 09d7,alt+x মাৰিলে এই আখৰ বা চিনটো পাৱ পাৰি।
৫. চিমবোল(Symbol)ত গৈ চিনবিলাকক বিছাৰি নোপোৱা আদি।
যেতিয়া কোনো এটা আখৰত বা বিৰাম লোৱাত কিছুমান চিমবোল আমাক লাগতিয়াল। যাৰফলত আমাক বহুত অসুবিধা সন্মুখি হওঁ, কিন্তু আমি Insert+Symbolত গৈ আমাক লগাবোৰ বিচাৰি হাবাথুৰি খাওঁ। যাৰফলত আমাক লগাৰ কাৰণে কিছুমান চৰ্তকাৰ্ট (Shortcut key) জানি থোৱা ভাল।
তলত কিছুমান জানিবৰ কাৰণে দি দিলোঁঃ-
যতি বা বিৰাম চিন
মানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ এক বা একাধিক শব্দ উচ্চাৰণ কৰে। গতিকে কথা-বতৰা পাতোঁতে সম্পূৰ্ণ ভাব প্ৰকাশ কৰিবলৈ এটিৰ পিছত এটিকৈ মাজে মাজে সুবিধানুযায়ী বিৰাম লৈ অনেক শব্দ উচ্চাৰণ হয়। কথা-বতৰাত বিভিন্ন শব্দ উচ্চাৰণ কৰাৰ লগে লগে সুবিধা মতে উশাহ লয় আৰু নিশাহ উলিয়াই দিয়ে। উশাহ-নিশাহৰ সুবিধা কৰিবলৈ কথা-বতৰাত বিৰাম লোৱা হয়। মনৰ ভাব স্পষ্ট কৰিবলৈ বা অৰ্থ সহজবোধ্য কৰিবলৈ শব্দবোৰ একেলগে উচ্চাৰণ নকৰি বিৰতিৰ পাছত উচ্চাৰণ কৰা হয়। কথা মাধুৰ্য ৰাখিবলৈ, লয়যুক্ত কৰিবলৈ বিৰতিৰ আৱশ্যক হয়। এই বিৰামকেই ‘যতি’ কোৱা হয়। গতিকে শব্দবোৰৰ উচ্চাৰণ প্ৰবাহত তিনিতা কাৰণৰ বাবে সাময়িক বিৰতিৰ প্ৰয়োজন হয়। যথা—
(ক) শ্বাস-নিশ্বাসজনিত বিৰতি বা শ্বাসযতি,
(খ) অৰ্থ আৰু ভাবপ্ৰসূত বিৰতি বা ভাবযতি (বা অৰ্থযতি) আৰু
(গ) অনুভূতি চালিত কিন্তু নিৰ্দিষ্ট পৰ্যায়ক্ৰমে বিন্যস্ত বিৰতি বা ছন্দযতি।
বিৰতিৰ স্হায়িত্ব আৰু অৰ্থ ব্যঞ্জনৰ বাবে আমি যাতিক কেইবাটাও ভাগত ভগাব পাৰোঁ। তলত সেইবোৰ আলোচনা কৰা হ’ল।
১. পূৰ্ণযতি বা দাঁৰি (।)
২. পূৰ্ণযতি বা চেমিকলণ (😉 003b+alt+x
৩.পাদযতি বা কমা (,)002c+alt+x
৪.ভাববোধক(!)0021+alt+x
৫.প্ৰশ্নবোধক চিন(?)003f+alt+x
৬.কোলন(ঃ)003a+alt+x
৭.কোলন দেচ্(ঃ-)003a+alt+x ,002d+alt+x
৮.দেচ্(—)0097+alt+x
EN DESH–, EM DESH—
৯. হাইফেন(-)002d+alt+x
Hyphen-minus
১০.উদ্ধাৰ চিন(“…”)
Double quotation mark
(‘…’)
Single quotation mark
১১. বন্ধনীৰ চিন (…)
Parenthesis
Curly bracket{…}
Quare bracket[…]
১২.বৰ্জন8 চিন(…)
Horizntal eilipsis
(***)
Asterisk
১৩. চন্দ্ৰবিন্দু(ঁ)
১৪. কাটকুটা বা ৰৈ যোৱা চিন(8)
WP greek century/helve
যেনেঃ- লিখোঁতে কোনো কথা বা শব্দ ৰৈ গ’লে এই চিন দি কথাষাৰি বা শব্দ উল্লেখ কৰা হয়। যথা,
‘প্ৰিয়তমাৰ চিঠি’শীৰ্ষক কবিতাটি 8 ভাষাত প্ৰথম চ’নেটৰ আৰ্হি।
(নাইবা 8 চিন দি কাষতো উল্লেখ কৰিব পাৰি)।
১৫.ফুট নোটৰ চিন * Asterisk,
˜small tilde,
‡ double dagger
১৬. বিভিন্ন দ্যোতক ঃ
চেত্চন চিন, প্ৰৰাগ্ৰাফ চিন।
তোমালোকে কিবা জানিবা খুজিছা তেতিয়া হলে তলত কমেন কৰিবা।