April 2025
M |
T |
W |
T |
F |
S |
S |
| 1 | 2 | 3 | 4 | 5 | 6 |
7 | 8 | 9 | 10 | 11 | 12 | 13 |
14 | 15 | 16 | 17 | 18 | 19 | 20 |
21 | 22 | 23 | 24 | 25 | 26 | 27 |
28 | 29 | 30 |
|
জানুৱাৰী মাহত
- ১০ জানুৱাৰীঃ বিশ্ব হাস্য দিৱস
- ১৫ জানুৱাৰীঃ সেনা দিৱস
- ১৭ জানুৱাৰীঃ শিল্পী দিৱস
- ২৩ জানুৱাৰীঃ নেতাজী দিৱস
- ২৫ জানুৱাৰীঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস
- ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস
- ৩০ জানুৱাৰীঃ শ্বহীদ দিৱস
- ৩১ জানুৱাৰীঃ মে-দাম-মে-ফী
ফেব্ৰুৱাৰী মাহত
- ২ ফেব্ৰুৱাৰীঃ বিশ্ব জলাশয় দিৱস
- ৩ ফেব্ৰুৱাৰীঃ চিলাৰায় দিৱস
- ৪ ফেব্ৰুৱাৰীঃ বিশ্ব কৰ্কট দিৱস
- ২৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
মাৰ্চ মাহত
- ৮ মাৰ্চঃ আন্তৰাষ্ট্ৰীয় নাৰী দিৱস
- ১২ মাৰ্চঃ বিশ্ব বৃক্ক দিৱস
- ১৫ মাৰ্চঃ বিশ্ব প্ৰতিবন্ধী দিৱস
- ২১ মাৰ্চঃ বিশ্ব বন দিৱস
- ২২ মাৰ্চঃ বিশ্ব জল দিৱস
- ২৩ মাৰ্চঃ বতৰ বিজ্ঞান দিৱস
- ২৪ মাৰ্চঃ বিশ্ব যক্ষ্মা দিৱস
- ২৭ মাৰ্চঃ বিশ্ব থিয়েটাৰ দিৱস
এপ্ৰিল মাহত
- ৭ এপ্ৰিলঃ বিশ্ব স্বাস্থ্য দিৱস
- ১৭ এপ্ৰিলঃ বিশ্ব হোমাফিলিয়া দিৱস
- ২৩ এপ্ৰিলঃ বিশ্ব গ্ৰন্থ দিৱস
মে’ মাহত
- ১ মে’ ঃ মে’ দিৱস
- ৩ মে’ ঃ শংবাদ মাধ্যমৰ স্বাধীনতা দিৱস
- ১২ মে’ ঃ বি নাৰ্ছ দিৱস
জুন মাহত
- ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস
- ১২ জুনঃ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস
- ১৪ জুনঃ বিশ্ব ৰক্তদাতা দিৱস
- ১৮ জুনঃ বনভুজ দিৱস
- ২০ জুনঃ ৰাভা দিৱস
- ২১ জুনঃ বিশ্ব সংগীত দিৱস
জুলাই মাহত
- ১ জুলাইঃ চিকিৎসক দিৱস
- ১১ জুলাইঃ বিশ্ব জনসংখ্যা
আগষ্ট মাহত
- ১৫ আগষ্টঃ স্বাধীনত দিৱস
- ২৯ আগষ্টঃ ৰাষ্ট্ৰীয় ক্ৰিড়া দিৱস
ছেপ্তেম্বৰ মাহত
- ৫ ছেপ্তেম্বৰঃ শিক্ষক দিৱস
- ৮ ছেপ্তেম্বৰঃ শংকৰদেৱৰ তিথি
অক্টোবৰ মাহত
- ২ অক্টোবৰঃ গান্ধী জয়ন্তী
নৱেম্বৰ মাহত
- ১৪ নবেম্বৰঃ শিশু দিৱস
- ২৪ নবেম্বৰঃ লাচিত দিৱস
ডিচেম্বৰ মাহত
- ১ ডিচেম্বৰঃ বিশ্ব এইডচ দিৱস
- ২ ডিচেম্বৰঃ চুকাফ দিৱস
- ২৩ ডিচেম্বৰঃ কৃষক দিৱস
উৎসৱ আৰু বন্ধৰ তালিকা সমূহ
অসম চৰকাৰৰ বন্ধৰ তালিকা ২০২৫
দিনাংক | উৎসৱ/বিশেষ দিন |
---|
১৪ জানুৱাৰী | মাঘ বিহু আৰু তুষু পূজা |
২৬ জানুৱাৰী | গণৰাজ্য দিৱস |
৩১ জানুৱাৰী | মে-ডাম-মে-ফি |
১৪-১৬ এপ্ৰিল | ব’হাগ বিহু |
১৫ আগষ্ট | স্বাধীনতা দিৱস |
২৫ আগষ্ট | শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি |
২ অক্টোবৰ | বিজয়া দশমী আৰু গান্ধী জয়ন্তী |
২০ অক্টোবৰ | দীৱালি আৰু কালী পূজা |
২৫ ডিচেম্বৰ | খ্ৰীষ্টমাছ |