লকডাউনৰ সময়ত ঘৰত বহি কাম, মাহতে হাজাৰ টকা উপাৰ্জন কৰক | লকডাউন আৰু ইয়াৰ প্ৰভাৱ

  বৰ্তমান ক’ৰোনা মহামাৰীয়ে গোটেই বিশ্বক কপাই তুলিছে। কোনোৱে নিজৰ পৰিয়াল, বন্ধু-বান্ধুৱী, আত্মীয়-কুতুম্ভ, চাকৰী, ব্যৱসায়-বাণিজ্য আদি সকলোৱে হেৰুৱাঁব লাগিছে, এই মহামাৰীত নিজৰ নিজৰ ঘৰত থাকিব লগা হৈছে। বৰ্তমান এতিয়া দ্বিতীয় ঢৌ চলি আছে কেতিয়া অন্ত পৰে তাক কোনেও ক’ব। যাৰফলত এই লকডাউনত নিবনুৱা সমস্যাই বহুত দেখা দিছে। মানুহে নিজৰ কামৰ পৰা আহি ঘৰতে এনে কাম-বন … Read more

ক’ৰনা ভাইৰাছৰ দৰে পূৰ্বেও কেইবা বাৰো মহামাৰীয়ে অতি ভয়াবহতাৰে মানৱ জাতিক শেষ কৰিব খুজিছিল

   বৰ্তমান ক’ৰনা ভাইৰাছে গোটেই বিশ্বক ভয়াতুৰ সৃষ্টি কৰিছে। এই ভাইৰাছ প্ৰথমতে ইমান মানুহৰ মৃত্যু হোৱা নাছিল, কিন্তু এতিয়া দ্বিতীয় দৌ অতি মাৰাত্মক, সময়ৰ লগত ক’ভিড-১৯নে নিজৰ ৰঙো সলনি কৰিলে যাৰফলত মানুহৰ মৃত্যুৰ হাৰ অতি ভয়াবহতাৰে বৃদ্ধি হ’বলৈ ধৰিছে। বৰ্তমান এই ক’ৰনা ভাইৰাছৰ দৰে পূৰ্বেও কেইবা বাৰো মহামাৰীয়ে অতি ভয়াবহতাৰে মানুহক মাৰি পেলাইছিল। যেনে— ১. … Read more

ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)

পৰিচয়ঃ ক’ৰোনা ভাইৰাছ হ’ল সাধাৰণতে ক’ভিড-১৯(COVID-19) বুলি কওঁ, এটি সংক্ৰমণ ৰোগ যি মানুহৰ শ্বাসযন্ত্ৰত অসুস্হতাৰ মূখ্য কাৰণ। কভিড-১৯ প্ৰথমতে ২০১৯ চনৰ ডিচেম্বৰ মাহত ৱূহান চহৰত চিন্হিত কৰা হৈছিল।    ২০২০ চনৰ মাৰ্চ মাহত বিশ্ব স্বাস্হ্য সংস্হা (ডাব্লুএইচও) ক’ভিড-১৯ বিয়পি যোৱাৰ মহামাৰি হিচাপে যোষণা কৰে, এইয়ে গোটেই বিশ্বতে বিপুল সংখ্যক মৃত্যুবৰণৰ কাৰণ হৈছে। ক’ভিড-১৯ আজিলৈকে কোনেও প্ৰমাণিক … Read more

তিনি ভাইৰ যাত্ৰা

এটা সময়ত হাগু, পাংগু আৰু পেগু এই তিনিজন ভাই ককাই আছিল। এদিনাখন তেওঁলোকে দূৰ দেশলৈ বেপাৰ বাণিজ্য কৰিবলৈ যাত্ৰা কৰিলে। তিনিজনেও উটত উঠি বিহাল মৰুভূমিৰ মাজেৰে যাত্ৰা কৰিলে। তেওঁলোকে গৈ গৈ বহু দূৰত পালে, এনেতে ওপৰ পৰা মাত আহিল হ’ল,  “হাগু পাগু আৰু পেগু! তোমালোকে যাওঁতে নিজৰ বস্তাত যিমানপাৰে বালি ভৰাই লৈ যোৱা।”  তেওঁলোকে নিজৰ নিজৰ মনতে … Read more

এছএছচি জিডি(SSC GD) ২০২১ অনলাইন আবেদনৰ লিক্ খুলি দিয়া নাই।

এছএছচি জিডি(SSC GD) অনলাইন আবেদন এতিয়া লৈ খুলি দিয়া নাই। কাৰণ ফেব্ৰুৱাৰী পৰা মাৰ্চ মাহলৈ অনলাইন আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। কিন্তু আজি লৈকে আবেদনৰ লিক্ খুলি দিয়া নাই। বৰং এই আবেদনৰ লিক্ অতি সনকালে খুলি দিয়া হব, কাৰণ আজি লৈকে কোনো তাৰিখ বা সময় উল্লেখ কৰা হবা নাই।          কোনোবা যদি এতিয়া লৈকে … Read more

গেমিং প্ৰিয়সকলোক সুখবৰ, এতিয়া বজাৰত মুকলি Asus ROG Phone 5

 Asus ROG Phone 5/ Ultimate গেমিং প্ৰিয় সকলোক Asus ROG Phone 5, ROG Phone 5  Pro আৰু ROG Phone 5  Ultimate ফোন মাৰ্চ মাহৰ ১০ তাৰিখে মুকলি কৰা হৈছে, কিন্তু ফ্লিপকাৰটত ১৪ তাৰিখে ৭৯,৯৯৯ টকাত মুকলি কৰি দিয়া হব। বহুতো ফিচাছৰ সৈতে এই ফোন। ডিছপ্লে ৬.৭৮–ইনছি সৈতে ১০৮০*২৪৪৮ ৰিজোলুশ্বন, সুৰক্ষাৰ ক্ষেত্ৰত গৰিলা গ্লাছ দিছে, প্ৰচেছৰ … Read more

৭২ তম গণতন্ত্ৰ দিবস দিনত ফউ-জি(FAU-G) গেম শুভ আৰম্ভ

ফউ-জি(FAU-G) গেম     Fearless and United Guards(লোকপ্ৰিয় দৰে সংক্ষিপ্ত ফউ-জি) এক অনলাইন মল্টিপ্লেয়াৰ একশ্বন গেম। এই গেমক বেঙ্গালুৰু মুখ্যকাৰ্যালয়ৰ এনকোৰ গেমছ(nCore Games)ৰ যোগেদি বিকাশ কৰে। ৭২তম গণতত্ৰ দিৱসত এই গেমক ভাৰতবৰ্ষৰ প্লে স্টোৰত ২৪ ঘণ্টাৰ কম সময়ৰ ভিতৰতে সকলোতকৈ অধিক প্ৰাক্-ৰেজিষ্টাৰ কৰা হয়।     বালীবুড অভিনেতা অক্ষয় কুমাৰে ৪ চেপ্টেম্বৰ ২০২০ত নিজৰ টুইটাৰ আৰু ইনষ্ট্ৰাগ্ৰাম একাউনৰ যোগেদি ফউ-জি গেমৰ ঘোষণা কৰিছিল,  আৰু এইটো এণ্ডৰইট আৰু আইওএছ ত উপলদ্ধ হোৱাৰ কথা দিয়ে। প্ৰোমোটৰসকলে দাবি কৰে ফউ-জি খেলৰ উদ্দেশ্য ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত আন্দোলনও সমৰ্থন কৰি লাগে। ইয়াক অক্টোবৰ ২০২০ লৈকে শুভ আৰম্ভ কৰিবৰ বাবে ঠিক কৰিছিল, কিন্তু গেম পাব্লিশ্বএ এক টুইটাৰ যোগেদি ঘোষণা কৰে,  শুভ আৰম্ভ নবেম্বৰৰ ২০২০ লৈকে প্ৰবল চেষ্টা কৰে আৰু তাৰ পিছত আকৌ বাৰ ডিচেম্বৰ ২০২০ আৰু জানুৱাৰী ২০২১ লৈকে প্ৰচেষ্টা কৰে,  কোনো বিশেষ মুক্তি নকৰাকৈ ৩ জানুৱাৰী ২০২১ ৰ কোম্পানীৰ টুইটাৰত জানকাৰী দিয়ে যে  এই গেম ২৬ জানুৱাৰী ২০২১ ত শুভ আৰম্ভ কৰা হব।    খেলৰ প্ৰবৰ্তক অক্ষয় কুমাৰ আৰু বিশাল গোণ্ডলে ঘোষণা কৰে খেলৰ আৰম্ভণি  ৰাজ্যস্ব ২০ শতাংশ ভাৰতৰ বীৰ ট্ৰষ্টক দান দিয়া হব।  `ফউ জি হ‘ল কাহানিৰ ভিক্তিক খেল। ইয়াত কোনো যুদ্ধ(Battle Royale) নহয়। ইয়াত ভাৰতীয় সোন্যৱাহিনী আধাৰিত, ইয়াৰ গ্ৰাফীক উন্নমানত কৰা হৈছে। চীন দেশৰ এপলিকেশ্বনলমূহ বৰ্জিত কৰা হেতু এই গেম ভাৰত চৰকাৰে আনিছে। 

ভ্ৰমণ । ভ্ৰমণৰ উপকাৰিতা

 আজিৰ দিনত আমি সকলো ব্যস্ত। নিজ নিজ কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠত্ব লাভৰ দৌৰত অতি বেছি ব্যস্ত হৈ থাকে। তাৰ মাজতে কিছু সময় নিজৰ লগত, পৰিয়ালৰ লগত কটোৱাটো ও অতি প্ৰয়োজনীয়। দৈনন্দিন একঘেয়মীয়াতা দূৰ কৰে । ভ্ৰমণে দেহ মনলৈ আনি সতেজতা, নতুন উদ্যম।       ভ্ৰমণ(Travel) হ‘ল কোনো দূৰৰ ঠাইলৈ যাত্ৰা কৰা। ভ্ৰমণ উদ্দেশ্য কেৱল বিদেশ যাত্ৰা … Read more

ভাইৰেল ভিডিঅটো মানুহে এখন ট্ৰাক্ টানি লৈ গৈছে। যত নাগালেণ্ডৰ এখন দ খালত পৰি গৈছিল। Viral video shows people pulling out a truck.

ভাইৰেল ভিডিঅটো মানুহে এখন ট্ৰাক্ টানি লৈ গৈছে। যত নাগালেণ্ডৰ এখন দ খালত পৰি গৈছিল। Video Courtesy: Facebook     বৰ্তমান চছিয়েল মিডিয়াত অতি ভাইৰেল হৈ থকা নাগালেণ্ডৰ এটা ভিডিঅ। বহু মানুহৰ দল ৰুছিৰে এখন ট্ৰাক্ টানি উঠোৱা দেখা গৈছে। এই ভিডিঅটি গোটেই বিশ্বত চছিয়েল মিডিয়াত ভাইৰেল হৈ গৈছে। এই ভিডিঅটিৰ পৰা আমি সকলোবে বুজা … Read more

এই বিলিও ভোগালী বিহু(মাঘ বিহু) Bhogali Bihu

 এই বিলিও ভোগালী বিহু পুহমহীয়া শীতেৰে শীতল সময়ৰ বোকোচাত উঠি আকৌ আহিছে অসমবাসীৰ হেঁপাহৰ মাঘ বিহু, ভোগৰ বিহু ভোগালী। লগে ভাগে হেঁপাহৰ এসাঁজ খোৱাৰ দিন। মহামাৰী কোৰোনাৰ বিভীষিকা, লকডাউনে সৃষ্টি কৰা প্ৰতিকূল পৰিস্হিতিৰ পৰা কিছু সকাহ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত অসমবাসীয়ে মুকলি মনেৰে পালন কৰিবলৈ আগবাঢ়িছে ভোগালী বিহু। কোৰোনা লকডাউনে বিধ্বস্ত কৰি যোৱা অৰ্থনীতিৰ মাজত বাপতি … Read more