Raghupati Movie | ৰবি শৰ্মাৰ ৰঘুপতি অতি শীঘ্ৰে মুক্তি পাব

অপশক্তিক নাশ কৰি সমাজত পোহৰ বিলাবলৈ সাজু ‘ৰঘুপতি’ চিনেমাখনে। ২ জুন তাৰিখে মুক্তি পাব ৰবি শৰ্মাৰ ‘ৰঘুপতি’ অসমীয়া ছবিখনে। Title Song/ Movie Trailer ইতিমধ্যই ইউটিবৰ লগতে সকলো অনলাইন প্লেটফৰ্মত উপলব্ধ হৈছে। মুখ্য ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। ‘ৰঘুপতি’ৰ কাহিনী আৰু সংলাপ ৰবি শৰ্মাৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাৰ। সংগীত পৰিচালনা … Read more

ভূমিকম্পৰ সাৱধানতা | ভূমিকম্প আহিলে কি কি কৰিব লাগে

ভূমিকম্প হ’ল অকস্মাতে সংঘটিত হোৱা অতি বিপটজ্জনক পৰিঘটনা। ভূমিকম্প সময়ত ইমান বেছি ক্ষয়-ক্ষতি হয় আৰু সেই পৰিস্থিত নিজক বা আনক চম্ভালিবলৈ সামৰ্থ্য নাথাকে। আজি আপোনালোকৰ লগত ভূমিকম্পৰ বিষযে আলোচনা কৰিম। ভূমিকম্পৰ সৈতে জড়িত সম্ভাব্য সমস্যাসমূহ ভূমিকম্পৰ সৈতে জড়িত সম্ভাব্য সমস্যাসমূহ হ’ল— ক) ঘৰ-বাৰী, নিৰ্মাণ গাঁথনি ধ্বংস হ’ব পাৰে।খ) জুই লাগিব পাৰে।গ) মানুহ আৰু জীৱ-জন্তু নিহত … Read more

পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) মানে কি? PFI Assam full form

২০০৭ চনৰ ১৭ ফেব্ৰুৱাৰীত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)[Popular Front of India (PFI)] গঠন কৰা হয়। দক্ষিণ ভাৰতৰ তিনিটা মুছলমান সংগঠনক একত্ৰিত কৰি এই সংগঠন গঠন কৰা হৈছিল। যিটো হিন্দুত্ববাদী গোটসমূহক প্ৰতিহত কৰিবলৈ গঠন কৰা হৈছিল আৰু ই মুছলমান সংখ্যালঘু ৰাজনীতিৰ এক উগ্ৰ আৰু একচেটিয়াতাবাদী শৈলীত লিপ্ত হয়। ইয়াৰ ভিতৰত আছিল কেৰেলাৰ নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট, … Read more

How to use Grammarly in Google Docs অসমীয়াত

Google Docs ত Grammarly কেনেকৈ ব্যৱহাৰ কৰিব Google Docs ত Grammarly ৰ সহায়ত আপোনাৰ লিখাটো আৰু ভাল কৰক গুগল ডক্স হৈছে এটা ৱাৰ্ড প্ৰচেছৰ যিটো বহুতে লেখাৰ পৰা আৰম্ভ কৰি ইমেইললৈকে সকলো লিখিবলৈ ব্যৱহাৰ কৰে। লিখাটো কঠিন, গতিকে বহুতে নিজৰ লিখা উন্নত কৰিবলৈ Docs ৰ বিল্ট-ইন স্পেল চেকাৰৰ ফালে মুখ কৰে। স্থানীয় বানান পৰীক্ষকে (বিল্ট-ইন … Read more

শিক্ষক দিৱস ২০২৩ | শিক্ষক দিৱসৰ বক্তৃতা

মোৰ সকলো সন্মানীয় শিক্ষক আৰু ইয়াত উপস্থিত সকলোকে অতি উষ্ম আদৰণি জনাইছো। আজি মই শিক্ষক দিৱসত ভাষণ দিবলৈ আহিছো। মই মোৰ ভাষণৰ আৰম্ভণিতে মোৰ সকলো প্ৰিয় শিক্ষকক ধন্যবাদ জনাইছো যে তেওঁলোকে আমাক সদায় পথ প্ৰদৰ্শন কৰি সকলো শিক্ষা, নৈতিক মূল্যবোধ, আৰু অনুশাসন প্ৰদান কৰিছে। ভাৰতত শিক্ষক দিৱস প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে আমাৰ দ্বিতীয় ৰাষ্ট্ৰপতি … Read more

অৰুণোদয় আঁচনি online apply ২০২২

ওৰুণোদই’ বা অৰুনোদই-Orunodoi or Arunodoi আঁচনি হৈছে অসম চৰকাৰৰ এটা নতুন আঁচনি তথা ২০২০ চনৰ ২ অক্টোবৰত আৰম্ভ এটা আঁচনি হয়। ‘অৰুণোদই’ৰ যোগেদি অসম ৰাজ্যখনৰ ২৪ লাখতকৈও অধিক দৰিদ্ৰ পৰিয়ালৰ বাবে আৰ্থিক লাভালাভৰ পৰিকল্পনা কৰা হৈছে। পৰিকল্পিত লাভালাভ ৮৩০/- টকাৰ পৰা ১০০০/- টকা মহিলালৈ বৃদ্ধি কৰা হৈছে। তেওঁলোকে প্ৰতি মাহৰ প্ৰথম দিনটোত, অক্টোবৰ ২০২০-ৰ পৰা … Read more

জ্যোতিপ্ৰসাদ আগৰৱালা(Jyoti Prasad Agarwala)ৰ চমু পৰিচয়

১৯০৩ চনত তেজপুৰৰ তামোলবাৰী চাহবাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেওঁ স্কুলীয়া শিক্ষা তেজপুৰ, ডিব্ৰুগড়ত লয় আৰু ১৯২১ চনৰ তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কলিকতাৰ নেশ্যনেল কলেজত নাম লগাই যদিও তাতে পঢ়াজীৱন শেষ হয়। ১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায় আৰু এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, … Read more

ডিম্বেশ্বৰ নেওগ(Dimbeswar Neog)ৰ চমু পৰিচয়

অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্রবন্ধকাৰ, উপন্যাসিক, ভাষা-সাহিত্যৰ গৱেষক, নাট্যকাৰ আৰু সমালোচক ডিম্বেশ্বৰ নেওগ। তেখেতৰ জন্ম হয় ১৮৯৯ চনৰ ৭ আগষ্ট তাৰিখে শিৱসাগৰৰ কমাৰদফীয়া গাঁৱত। ১৯৬৬ চনৰ ১১ নৱেম্বৰ তাৰিখে মাত্র ৬৭ বছৰ বয়সত মৃত্যু হয়। পেচা হিচাপে তৈখেত এগৰাকী আদর্শবান শিক্ষক আছিল। তেখেতৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃ চন্দ্ৰপ্ৰভা নেওগ। মূলতঃ অসমীয়া ভাষাত … Read more

মণিৰাম দেৱান(Maniram Dewan)ৰ চমু পৰিচয়

ঊনৈশ শতিকাৰ অসমীয়া সমাজ জীৱনৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হ’ল মণিৰাম দেৱান। ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মৃত্যু হয়। পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাতৃ কৌশল্যা। তেওঁৰ পিতৃদত্ত নাম মণিৰাম দত্ত বৰুৱা। অসমৰ প্ৰথম জন চাহ খেতিয়ক দেৱানক ১৮৩৯ চনত গঠিত ‘আছাম টি কোম্পানী’ৰ দেৱান পদত অধিষ্ঠিত … Read more

বেণুধৰ শৰ্মা(Benudhar Sharma)ৰ চমু পৰিচয়

অসমৰ জাতীয় জীৱনৰ বৰেণ্য আৰু নমস্য ব্যক্তিসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। ১৮৯৯ চনৰ ১৬ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়। পিতৃৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া তুলসী দেৱী। বেণুধৰ শৰ্মা এগৰাকী প্ৰখ্যাত সাহিত্যিক, প্রত্নতত্ত্ববিদ, সাংবাদিক, সমাজসংস্কাৰক, বুৰঞ্জীবিদ, গবেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ … Read more