অসম আৰক্ষী ab ub ৰ বাবে প্ৰশ্ন | অসম আৰক্ষী প্ৰশ্ন

অসম আৰক্ষী এবি(AB) আৰু ইউবি(UB)ৰ বাবে সঘনাই আহি থকা প্ৰশ্নত্তৰসমূহ তলত উল্লেখ কৰা হ’ল-

১. অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত? উলুবাৰী(গুৱাহাটী)।
২, অসম আৰক্ষীৰ কিমানটা I.R(indian Reserve) বেটেলিয়ন আছে? ৯টা।
৩. অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? ৭টা
৪. অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত? মান্দাকাটা।
৫. আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? আমাম ৰাইফলছ।
৬. ১৮৬১ চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা বাগ আছিল? ৪ টা
৭, অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? ১৯৯৬ চনত।
৮. স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? ৮,০০০ জন(আঠ হাজাৰ জন)।
৯. গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? ২০১৫ চনত।
১০. চতুৰ্থ অসম পুলিচ বেটেলিয়ন(APBN)ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত? গুৱাহাটী
১১. মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল? চন্দ্ৰকান্ত সিংহ
১২. অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু(STNADARD ISSUE)আগ্নেয়াস্ত্ৰ কি? ইনছাছ ৰাইফল।
১৩. অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত Control’ (Riot Control)ৰ গাড়ীখনৰ মান কি? বজ্ৰ।

Leave a Comment