Gen Z আন্দোলন মানে কি? Gen g মানে কি | gen-z mani ki

জেন জি আন্দোলন বুলিলে সাধাৰণতে Generation Z(Gen Z) প্ৰজন্মৰ লোকসকলে সমাজ, ৰাজনীতি, সংস্কৃতি বা ডিজিটেল জগতত কৰা সচেতনতা, প্ৰতিবাদ বা পৰিৱৰ্তনৰ চেষ্টাক বুজায়। Gen Z আন্দোলন মানে কি? Gen Z আন্দোলন হৈছে সেইসমূহ আন্দোলন বা কেম্পেইন বুজায়, য’ত নতুন প্ৰজন্মে নিজৰ মতামত প্ৰকাশ কৰি সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে। এইবোৰ অধিকাংশ সময় অনলাইন (social … Read more