আন্তৰ্জাতিক নাৰী দিৱস | International Women’s Day
আন্তৰ্জাতিক নাৰী দিৱস (IWD) প্ৰতি বছৰে ৮ মাৰ্চত বিশ্বৰ মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, আৰু ৰাজনৈতিক কৃতিত্বক সন্মান জনোৱাৰ লগতে লিংগ বৈষম্যৰ বিষয়ে সজাগতা সৃষ্টি আৰু নাৰীৰ অধিকাৰৰ পোষকতা কৰিবলৈ উদ্যাপন কৰা হয়। আন্তৰ্জাতিক নাৰী দিৱস ২০২৩ৰ থিম(বিষয়) এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু বিগত বছৰবোৰত লিংগ সমতা, নাৰী সবলীকৰণ, আৰু এখন উন্নত পৃথিৱী সৃষ্টিৰ … Read more