আগমণি lyrics | Aagomoni Lyrics

আগমণি তোমাৰনিজান ৰাতিসুগন্ধি ফুলৰবতাহ চাতি আহানা কাষলেৰোৱানা তুমিচাই ৰও তোমাকবৈ যাও তোমাত পালতৰা নাৱৰবতাহেই সাৰথিমায়াময় জীৱনৰকোন বাৰু লগৰী নদীৰ কাষত বহিমনে মনে স্মৃতি বোৱাইছেধৌৱে ধৌৱে আমাৰদুয়োৰে মৰম বাগৰিছে যেতিয়া তোমাৰ পদুলিৰে আগুৱাওজপনা মুখতে বাট হেৰুৱাও সন্ধ্যা পৰততোমাৰ লগতনামি অহা জোনাকমনত পৰেমৌন ওঁঠৰউজাগৰি নিশাজোনাকী পৰুৱাৰঅহা যোৱা সপোন সৰেভাহি আহেতোমাৰ কথাইআমনি দিয়ে তোমাৰ কথাই আমনি দিয়েতোমাৰ কথাই … Read more