প্ৰতি,
মাননীয় প্ৰধান শিক্ষক মহোদয়।
(তোমাৰ বিদ্যালয়ৰ নাম)
বিষয়ঃ ছয়মাহিলী পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন।
মহাশয়,
বিনীত নিবেদন এই যে ১২/০৫/২০২৪ পৰা ১৫/০৫/২০২৪ ইং তাৰিখত মোৰ বৰদেউতাৰ মৃত্যু হোৱা বাবে মই ছয়মাহিলী পৰীক্ষাত উপস্থিত থাকিব নোৱাৰিলো। গতিকে দয়ালু মহোদয়ে উক্ত দিন কেইটাৰ বাবে ছুটি মঞ্জুৰ কৰি দিয়ে যেন। এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।
ইতি
অভিভাৱকৰ চহী আপোনাৰ একান্ত বাধ্য ছাত্ৰ
(তোমাৰ নাম)
শ্ৰেণীঃ
ৰোল নংঃ
Holiday Calendar
Sun | Mon | Tue | Wed | Thu | Fri | Sat |
---|---|---|---|---|---|---|
1 | 2 | |||||
3 | 4 | 5 | 6 | 7 | 8 | 9 |
10 | 11 | 12 | 13 | 14 | 15 | 16 |