প্ৰতি,
মাননীয় প্ৰধান শিক্ষক মহোদয়।
_______________বিদ্যালয়ৰ নাম
বিষয় : শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি আবেদন।
মহাশয়,
বিনীত সন্মান পূৰ্ব্বৰক নিবেদন এইযে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলোঁ।
গতিকে, দয়ালু মহোদয়ে দয়া কৰি উক্ত দিন কেইটি ছুটি মঞ্জুৰ কৰি মোৰ কৃতাৰ্থ কৰে যেন। এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।
ইতি
অভিভাৱকৰ চহী আপোনাৰ একান্ত বাধ্য ছাত্ৰ
(তোমাৰ নাম)
শ্ৰেণীঃ
ৰোল নংঃ