প্ৰতি,
মাননীয় অসম গ্ৰামীণ বিকাশ বেংক, আগিয়া শাখা
পৰিচালক মহোদয় সমীপেষু
তাং ২০/০২/২০২৫
বিষয়ঃ- দ্বিতীয়টো ঋণ ৪,৫০,০০০ টকা বিচাৰি আবেদন।
মহোদয়,
সন্মান পূৰ্ব্বক বিনীত নিবেদন। এই যে ৪৯ নং মধ্য নামনী চৰাইবাহী গাওঁ পঞ্চায়তৰ ‘আখল’ গাম্য সংগঠনৰ অন্তৰ্গত ‘ধৰিত্ৰী’ আত্মসহায়ক গোট অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা লোৱা ৩,০০,০০০ টকা ঋণৰ কিস্তি পৰিশোধ কৰি, দ্বিতীয়টো ঋণ ৪,৫০,০০০ টকা ল’ব বিচাৰিছো। গতিকে মহোদয়ে উক্ত ঋণ ল’বলৈ অনুমতি দিয়ে যেন।
এইয়ে মহোদয়ৰ ওচৰত আমাৰ সৰল নিবেদন।
ইতি,
আপোনাৰ বিশ্বাসী
ধৰিত্ৰী আত্ম সহায় গোট
৩নং শেনচোৱা গাওঁ
লক্ষীপুৰ ৰোড(গোৱালপাৰা)