মন হীৰা দৈ | Mon hira doi lyrics Assamese
মন হীৰা দৈ চাইকেল নহয় টিলিঙামন হীৰা দৈ ডেকা নহয় পিলিঙাৰহ ঢলা পথাৰত, আহিবা ঐ নিজানতমন হীৰা দৈ তোমাৰনো কুমলীয়া মাত । মন হীৰা দৈ গাভৰু নহয় লহঙামন হীৰা দৈ পীৰিতি নহয় মহঙামেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহতমন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত । মন হীৰা দৈ বোৱাৰী নহয় যখিনীবেমাৰ নহয় গ্ৰহণীভাত নহয় অমাতৰ মাত ।অ’ … Read more