বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা
অসমৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থা ৰাজ্য চৰকাৰ বা ব্যক্তিগত সংস্থাৰ দ্বাৰা পৰিচালিত কেইবাখনো প্ৰাক প্ৰাথমিক, প্ৰাথমিক, মধ্য, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। শিক্ষাৰ মাধ্যম অসমীয়া, বড়ো, বাংলা, ইংৰাজী বা হিন্দী। ৰাজ্যত ১৮ বছৰ বয়সলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ৰূপায়ণ কৰা হৈছে।২০২৩ চনৰ ভিতৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পূৰ্ণৰূপে … Read more