মণিৰাম দেৱান(Maniram Dewan)ৰ চমু পৰিচয়

ঊনৈশ শতিকাৰ অসমীয়া সমাজ জীৱনৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হ’ল মণিৰাম দেৱান। ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মৃত্যু হয়। পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাতৃ কৌশল্যা। তেওঁৰ পিতৃদত্ত নাম মণিৰাম দত্ত বৰুৱা। অসমৰ প্ৰথম জন চাহ খেতিয়ক দেৱানক ১৮৩৯ চনত গঠিত ‘আছাম টি কোম্পানী’ৰ দেৱান পদত অধিষ্ঠিত … Read more

বেণুধৰ শৰ্মা(Benudhar Sharma)ৰ চমু পৰিচয়

অসমৰ জাতীয় জীৱনৰ বৰেণ্য আৰু নমস্য ব্যক্তিসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। ১৮৯৯ চনৰ ১৬ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়। পিতৃৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া তুলসী দেৱী। বেণুধৰ শৰ্মা এগৰাকী প্ৰখ্যাত সাহিত্যিক, প্রত্নতত্ত্ববিদ, সাংবাদিক, সমাজসংস্কাৰক, বুৰঞ্জীবিদ, গবেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ … Read more

অৰূপা পটঙ্গীয়া কলিতা(Arupa Patangia Kalita) বিষয়ে চমুকৈ

অৰূপা পটঙ্গীয়া কলিতা (১৯৫৬-…) সাম্প্রতিক কালৰ এগৰাকী শ্রেষ্ঠ গল্পলেখক। দেৱৰাজ কলেজ, কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে। তেওঁ ২০১৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। প্ৰবীন শ‍ইকীয়া বঁটা, অসম ভেলী সাহিত্য বঁটা লাভ কৰে। তেওঁৰ গ্ৰন্থসমূহ হ’ল— Written in Tears, The Story of Felance, মৌচাক, গল্প পুথি : মৰিয়ম আষ্টিন অথবা হীৰা … Read more

ভবেন্দ্রনাথ শইকীয়া(Bhabendra Nath Saikia) বিষয়ে চমুকৈ

ভবেন্দ্রনাথ শইকীয়া (১৯৩২-২০০৩) ৰ জন্ম হয় নগাঁৱত। ১৯৪৮ চনত সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্রী লাভ কৰে। কলিকতা প্ৰেছিডেন্সি কলেজৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী আৰু লণ্ডনৰ ইস্পিৰিয়েল কলেজৰ পৰা টেকন’লজিৰ ডিপ্লমা লাভ কৰে। ৰামধেনু যুগৰ এগৰাকী শ্রেষ্ঠ … Read more

সৌৰভ কুমাৰ চলিহা(Saurabh Kumar Chaliha) বিষয়ে চমুকৈ

সৌৰভ কুমাৰ চলিহা ‘ৰামধেনু’ যুগৰ তথা ৰামধেনু আলোচনীত প্রকাশিত ‘অশান্ত ইলেকট্রন’ গল্প পুথিত ৰচনা কৰি আলোড়নত সৃষ্টি কৰা অসমীয়া আধুনিকতাবাদী গল্পকাৰসকলৰ ভিতৰত অন্যতম। ১৯৩০ চনত দৰঙত জন্মগ্রহণ কৰি কটন কলেজিয়েটৰ পৰা প্রবেশিকা পৰীক্ষা পাছ কৰে আৰু স্নাতক বিজ্ঞান ডিগ্রী লয় কটন কলেজৰ পৰা। পদার্থ বিজ্ঞানত লগুণ বিশ্ববিদ্যালয়ত স্নাকোত্তৰ ডিগ্ৰী লয়। তেওৰ প্ৰকৃত নাম সুৰেন্দ্ৰ নাথ … Read more

ড° নিৰ্মলপ্ৰভা বৰদলৈ(Nirmal Prabha Bordoloi) বিষয়ে চমুকৈ

ড° নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) আধুনিক অসমীয়া কবিতাৰ পথাৰত আৰু গীতিসাহিত্যত নিৰ্মলপ্ৰভা বৰদলৈৰ এক সুকীয়া আসন আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম. এ পাছ কৰি ১৯৫৮ চনত ভোলানাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগত যোগদান কৰে। ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপিকাৰূপে যোগ দিয়ে আৰু শেষত জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। ড° নিৰ্মলপ্ৰভা … Read more

হীৰেণ ভট্টাচাৰ্য্য(Hiren Bhattacharyya)ৰ বিষয়ে চমুকৈ

হীৰেণ ভট্টাচাৰ্য্য(১৯৩২-২০১২) সাম্প্ৰতিক কালৰ এগৰাকী জনপ্রিয় কবি, চিত্র শিল্পী আৰু গীতকাৰ আছিল। নতুন প্ৰজন্মৰ মাজত ‘হীৰুদা’ বুলি পৰিচিত। ষাঠিৰ দশকতে কবি হিচাপে আত্ম প্রকাশ কৰা কবিয়ে মৃত্যুৰ সময়লৈ কাব্য চৰ্চা কৰিছিল। ‘আবাহন’ কাকতত ‘নিয়ন্ত্ৰণ’ নামৰ প্ৰথম কবিতাটো প্ৰকাশ পাইছিল। তেওঁ ‘সুগন্ধি পখিলা’ৰ কবিৰূপে জনাজাত। তেওঁৰ কবিতা পুথি ‘বৌদ্ৰ কামনা (১৯৬৪), ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা … Read more

প্ৰমথেশ বৰুৱাৰ বিষয়ে চমুকৈ

         অসমৰ গুণী চিত্ৰ নিৰ্মাতা আছিল প্ৰমথেশ বৰুৱা। গৌৰীপুৰৰ জমিদাৰ পৰিয়ালত জন্মলাভ কৰা প্ৰতিভাশালী ব্যক্তি প্ৰমথেশ বৰুৱা ভাৰতৰ চলচ্চিত্ৰ জগতৰ এগৰাকী আগসাৰীৰ চিত্ৰ-নিৰ্মাতাৰূপে পৰিচিত। তেওঁ অসমৰ সন্তান আছিল যদিও বংগৰ বঙালী কথাছবিকহে বলিষ্ঠ ৰূপ দি গ’ল। বঙালী কথাছবিৰ শকত ভেটি কৰাৰ ক্ষেত্ৰত প্ৰমথেশ বৰুৱা অৱদান অনস্বীকাৰ্য। বঙালী উপন্যাসৰ ভেটিত বংগৰ গ্ৰাম্য জীৱনৰ অৱদান পটভূমিত তেওঁ … Read more

আইজাক নিউটনৰ বিষয়ে চমুকৈ

       বৈজ্ঞানিক নিউটন ১৬৪২ খ্ৰীষ্টাব্দত ইংলেণ্ডত লাংকাশ্বায়াৰত ছাৰ আইজাকৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয় আৰু তেওঁৰ তিনি বছৰ বয়সতে মাকেও দ্বিতীয় বিবাহপাশত আৱদ্ধ হয়। ফলত তেওঁ এক অকলশৰীয়া জীৱন-যাপন কৰিবলগীয়া হয়। নিউটনে উচ্চ শিক্ষা লাভৰ বাবে ভৃত্যৰ কামো কৰিছিল। কিতাপ আছিল তেওঁৰ লগৰীয়া। ১৬৬৪ চনৰ পৰা তেওঁ ‘On the Motion of Bodies … Read more

What is ATM Card? in Assamese | এটিএম কাৰ্ড মানে কি?

ATM ৰ সম্পূৰ্ণ নাম হৈছে অটোমেটেড টেলাৰ মেচিন(Automated Teller Machine) যিটো এটা স্ব-সেৱা বেংকিং আউটলেট। আপুনি এই মেচিনচত টকা উলিয়াব পাৰে, আপোনাৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰে, আনকি ধন স্থানান্তৰ কৰিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তত কেছ মেচিন স্থাপন কৰি বিভিন্ন বেংকে নিজৰ এটিএম সেৱা আগবঢ়ায়। আপোনাৰ এটিএম কাৰডৰ জৰিয়তে যিকোনো ঠাইত এটিএম মেচিনত গৈ পইচা উলিয়াব … Read more