Rangsapara Cleanest village of Assam

এখন পৰিষ্কাৰ-পৰিচ্ছন্ন গাওঁ ৰাংচাপাৰা ৰাংচাপাৰা গাওঁখন বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত, আগিয়াৰ পৰা চাৰি কিলোমিটাৰ✱ অৰ্থাৎ গোৱালপাৰা চহৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্ব। ইয়াত দ্যা পাবল্কি হেলথ ইঞ্জিনিয়াৰ ডিপাৰ্টমেন(The Public Health Engineering Department) ৰ দ্বাৰা ২০১৬-১৭ বৰ্ষত অসমৰ সকলোতকৈ শ্ৰেষ্ঠ স্বচ্ছ গাওঁ হিচাপে ঘোষণা কৰে। ২০১৪ চনৰ দুই অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনটোত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আৰম্ভ … Read more

গ্ৰীষ্মকালীন বন্ধত নিজকে কেনেদৰে বচাব

গ্ৰীষ্ম কালৰ এই ইংৰাজী জুলাই মাহতো এক বিস্ময়কৰ সময়। এই গ্ৰীষ্ম বন্ধ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুতো স্বস্তি আৰু আনন্দ অনুভৱ কৰে। আৰু তেওঁলোকে এই গৰমত ভ্ৰমণ কৰিব পাৰিলে তেওঁলোকে অতিকৈ উৎফুল্লিত হয়। প্ৰখৰ গৰম, উৎকট গৰমত বন্ধ কঠাত থাকি বাহিৰত প্ৰকৃতিৰ কিছুমান শীতল বতাহ খাবলৈ মন যায়। যাৰফলত এই সময়ত নিজৰ পৰিয়াল, বন্ধ-বান্ধৱী, আত্মীয়-স্বজনৰ সৈতে … Read more

কবি নলিনীবালা দেৱীৰ জীৱন আৰু সাহিত্যকৰ্মৰ চমু পৰিচয় | About Nalini Bala Devi briefly

কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ জ্যেষ্ঠ কন্যা নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনত।নলিনীবালা দেৱী এনে এটি প্রাচীন সংস্কৃতিসম্পন্ন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যিটো পৰিয়ালত সাহিত্যানুৰাগ আৰু স্বদেশপ্ৰীতিৰ স্ফুৰণ ঘটিছিল। নলিনীবালাৰ পিতামহ মাধৱচন্দ্ৰ বৰদলৈ ব্ৰিটিছ চৰকাৰৰ উচ্চ বিষয়া আছিল যদিও নিষ্ঠাৱান বৈষ্ণৱ আছিল ৷ বুঢ়ীমাকো পুৰণি গীত-মাত আদিত পাকৈত মহিলা আছিল। পিতৃ নবীনচন্দ্ৰ বৰদলৈ অসম কংগ্ৰেছৰ অপ্রতিদ্বন্দ্বী নেতা … Read more

বৰগীত সম্পর্কে চমুকৈ | Briefly about Borgeet

বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ অভিনয় সৃষ্টি। ‘বৰগীত’ নামকৰণ অৱশ্যে মহাপুৰুষ দুজনাই কৰা নাই। পৰবৰ্তী বৈষ্ণৱ ভক্ত ইহে গুৰু দুজনাই ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক ‘বৰগীত’ আখ্যা দিয়ে। বৰগীতসমূহক ড° বানীকান্ত কাকতিয়ে Noble Numbers, কালিৰাম মেধিয়ে Songs celestial আখ্যা দিয়ে। মহাপুৰুষ দুজনাৰ আধ্যাত্মিক ভাৱ সম্পন্ন ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযম থকা ব্ৰজাৱলী … Read more

শিশু সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া | About Bhabendra Nath Saikia briefly

অসমৰ সাংস্কৃতিক জগতখনলৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান বিশেষভাৱে উল্লেখনীয়। তেওঁ একাধাৰে চুটিগল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক তথা কথাছবি প্রযোজক আছিল। শ‍ইকীয়াদের অসমীয়া সাহিত্য জগতত বিশেষকৈ চুটিগল্পকাৰ হিচাপে প্ৰখ্যাত। তেওঁৰ গল্প সংকলনকেইখন হ’ল ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প : পঞ্চাছৰ দশক (১৯৭৬), তৰংগ (১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), … Read more

যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে চমু পৰিচয় | About Jatindra Nath Duwara briefly

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে শিৱসাগৰত৷ ৰংপুৰৰ সম্ভ্ৰান্ত দুৱৰা বংশৰ শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাৰ সন্তান যতীন্দ্ৰ নাথ আছিল কামদেৱৰ দৰে সুন্দৰ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা যতীন্দ্ৰনাথ দুৱৰাই জৰ্জ ইন্‌ষ্টিটিউচন স্কটিছ চার্চ কলেজিয়েট স্কুল, কলিকতা বিশ্ববিদ্যালয়ৰ আৰু ডিব্ৰুগড়ৰ হনুমানবক্স সুৰখমল কানৈ মহাবিদ্যালয় আদিত শিক্ষাদান … Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ | About Lakshminath Bezbaroa briefly

ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত ১৮৬৮ চনৰ কোনো এক লক্ষ্মী পূৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত সুলিফৰ কাম কৰিছিল। তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ খিতাপত অধিষ্ঠিত হৈছিল। ধনে-মানে, ঐশ্বর্য-বিভূতিয়ে দীননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল। মাতৃ থানেশ্বৰী … Read more

ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস। বৈদিক যুগৰ শিক্ষা

       ভাৰবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থা পৰিচালনাৰ বাবে কোনো বিশেষ শিক্ষা কৰ্তৃপক্ষ নাছিল আৰু শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে কোনো শিক্ষা বিষয়াও নাছিল। সেই সময়ত কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল। ছাত্ৰ সকলে গুৰুগৃহত গুৰুৰ তত্ত্বাবধানত শিক্ষা লাভ কৰিছিল। গুৰুৱে ছাত্ৰসকলক নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল আৰু জীৱনৰ বাবে প্ৰয়োজনীয় … Read more

হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে চমুকৈ | About Hemchandra Goswami in Assamese

       ১৮৭২ চনত গোলাঘাটৰ অন্তৰ্গত গৌৰাংগ সত্ৰত জন্ম লাভ কৰা, হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী। নগাঁৱত শিক্ষা লাভ কৰা সময়তে গুণাভিৰাম বৰুৱা, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত আদিৰ সান্নিধ্যত সাহিত্য-চৰ্চাৰ বাউতি বাঢ়ে। ‘আসাম বন্ধু’ কাকততে তেওঁ পানতে কবিৰূপে পৰিচিত হয়। হেমচন্দ্ৰ গোস্বামী গোস্বামী কলিকতাত চাৰি বছৰ পঢ়ি ডিগ্ৰী নোলোৱাকৈ ঘুৰি আহি প্ৰথমে মাটিৰ হাকিম … Read more

হেম সৰস্বতীৰ বিষয়ে চমুকৈ | About Hema Saraswati briefly

       খ্ৰীষ্টিয় চতুৰ্দশ শতিকা, অৰ্থাৎ প্ৰাক্ শংকৰী যুগৰ যিসকল উল্লেখযোগ্য কবিৰ নাম পোৱা যায় তাৰ ভিতৰত অন্যতম কবি হ’ল হেম সৰস্বতী। হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ লোক। তেওঁৰ পিতৃ ৰুদ্ৰ সৰস্বতীও সংস্কৃতজ্ঞ আছিল। সৰস্বতী উপাধি পাণ্ডিত্যৰ পৰিচায়ক। হেম সৰস্বতীয়ে কমতাধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ‘প্ৰহ্লাদ চৰিত্ৰ’ আৰু ‘হৰ-গৌৰী সংবাদ’ ৰচনা কৰে। … Read more