পৰ্যটক কাক বোলে
গ্ৰাম্য পৰ্যটন বুলিলে গ্ৰাম্য অঞ্চলত বিভিন্ন ঠাই দৰ্শণ আৰু আমোদ-প্ৰমোদৰ বাবে পৰিভ্ৰমণ হোৱা এক প্ৰকাৰৰ পৰ্যটনক বুজোৱা হয়, যিয়ে দৰ্শনাৰ্থীসকলক গ্ৰাম্য অঞ্চলৰ জীৱন অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াত গ্ৰাম্য জীৱনশৈলী, প্ৰাকৃতিক পৰিৱেশ, স্থানীয় সংস্কৃতি, ঐতিহ্য, আৰু পৰম্পৰাক উজ্জ্বল কৰি তোলা কাৰ্য্যকলাপ, অভিজ্ঞতা আৰু পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয়। গ্ৰাম্য পৰ্যটনৰ সাধাৰণ কাৰ্য্যকলাপঃক) কৃষি … Read more