মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব চমুকৈ
মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্রধান বিশেষত্ব হ’ল— এই স্তৰৰ শিক্ষাৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই। দ্বিতীয়তে, এই কালছোৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোৰ বা বয়ঃসন্ধিকালৰ। এই সময়ত প্ৰকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলোক আগ্ৰহী হৈ পৰে। সমাজখনৰ প্ৰতিও এওঁলোকৰ আগ্ৰহ বাঢ়ি যায়। নানা কৌতুহল, অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশোৰ মনত … Read more