নাৰী শিক্ষাৰ আঁচনি
ভাৰত চৰকাৰে মহিলা শিক্ষাৰ প্ৰসাৰৰ বাবে আৰু শিক্ষা লাভৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান আৰু বৈষম্য দূৰ কৰাৰ বাবে কেইবাখনো আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰে কিছুমান আঁচনি হ’ল- ১. বেটি বাচাও, বেটি পঢ়াও(Beti Bachao, Beti Padhao) কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ প্ৰসাৰৰ বাবে আৰু শিশুৰ লিংগ অনুপাত হ্ৰাস পোৱাৰ সমস্যাটো সমাধানৰ বাবে ২০১৫ চনত আৰম্ভ … Read more