গুঠি ল’লে এটি হাঁহি | Guti hole ati hahi assamese song lyrics

চলচ্চিত্ৰ: চুপা চিপি (Chupa Chupi)
কণ্ঠশিল্পী: বিশ্ব্ৰুত শইকীয়া (Bishrut Saikia)
কথা, সুৰ আৰু সংগীত: পলাশ সূৰ্য গগৈ (Palash Surya Gogoi)

গুঠি ল’লে এটি হাঁহি
বৰভাল তুমাক দেখি
অ মোৰ মনৰে ৰাণী
এটি অহা মৰম দিয়া
ডুবি যাওঁ মৰম নদী
বুজি পাওঁ চকুৰ বানী
অকলে আহিবা আজলি
লব পাবা নে আহৰি
কথা দিয়া মইও জুৰি
অ মোৰ সপন ৰানী
গুঠি ল’লে এটি হাঁহি
গুঠি ল’লে এটি হাঁহি
বৰভাল তুমাক দেখি
অ মোৰ মনৰে ৰাণী

তুমি দেখা দিলে
পুৱা বেলিটিৰু হব পাৰে
পথবৰ
অহ, চকুৰ মাজতে
লাজে দেখি থলে
মোৰু একেই হয় ছুন
প্ৰতি উকাশ তুমাৰে নামে
জুখি চাব পাৰা জানা মোক
অকলে আহিবা আজলি
অ, লব পাবা নে আহৰি
কথা দিয়া মইও জুৰি
অ মোৰ সপন ৰানী
গুঠি ল’লে এটি হাঁহি
গুঠি ল’লে এটি হাঁহি
বৰভাল তুমাক দেখি
অ মোৰ মনৰে ৰাণী
এটি অহা মৰম দিয়া
ডুবি যাওঁ মৰম নদী
বুজি পাওঁ চকুৰ বানী

Leave a Comment