লাচিত দিৱসৰ শুভেচ্ছা

লাচিত দিৱসৰ দিনত ছচিয়েল মিডিয়াত নিজৰ পৰিয়াল, বন্ধু-বৰ্গ আদিক শুভেচ্ছা দিওঁক। কাৰোবাক যদি আপুনি লাচিত দিৱসৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে আপোনাৰ বাবে কেইবাটাও শুভেচ্ছাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  1. “লাচিত দিৱসৰ শুভেচ্ছা থাকিল! লাচিত বৰফুকনে যি শৌৰ্য্য, সাহস, ঐক্যৰ মনোভাৱৰ আদৰ্শ দেখুৱাইছিল তাৰ সোঁৱৰণী হওক। আহক আমি এই বিশেষ উপলক্ষে অসমৰ চহকী ইতিহাস আৰু ঐতিহ্যক উদযাপন কৰোঁ।”
  2. “লাচিত দিৱসৰ শুভেচ্ছা থাকিল! লাচিত বৰফুকনৰ সাহস আৰু স্থিতিস্থাপকতাৰে এই দিনটোৱে আমাক সকলোকে অনুপ্ৰাণিত কৰক। আহক আমি এজন প্ৰকৃত নায়কৰ উত্তৰাধিকাৰক সন্মান জনাই অসমৰ চহকী ইতিহাসক সংজ্ঞায়িত কৰা ঐক্য আৰু সাহসৰ মনোভাৱক উদযাপন কৰোঁ” !”
    লাচিত দিৱসৰ শুভেচ্ছা জনালো। বীৰ পুৰুষ জনৰ শৌৰ্ষ্য বীৰ্য্যৰে উজ্জীৱিত হঁওক জাতিৰ গৰিম। আজিৰ এই পবিত্ৰ ক্ষণত অসমীয়া আইৰ বীৰ পুৰুষজনক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।
  3. মহান বীৰযোদ্ধা লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতিৰ শৌৰ্ষ-বীৰ্য, কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম, বীৰত্ব, সাহস আৰু গৌৰৱময় ইতিসাহৰ যুগমীয়া প্ৰতীক। ‘লাচিত দিৱস’ৰ পবিত্ৰ ক্ষণত মহান যোদ্ধাগৰাকীলৈ শত-সহস্ৰ প্ৰণাম যাচিলোঁ।
  4. বীৰ লাচিত বৰফকনৰ গৌৰৱোজ্জ্বল কাহিনী প্ৰতিজন অসমীয়াৰ প্ৰত্যহ্বানে ভৰা সময়ৰ অনন্ত শকতি ‘লাচিত দিৱস’ৰ পৱিত্ৰ ক্ষণত মহান বীৰজনকে সশ্ৰদ্ধ নমন…
  5. লাচিত বৰফুকনৰ বৃহত্তৰ অসমীয়া জাতিৰ দেশপ্ৰেম, বীৰত্ব আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্ৰতীক। লাচিত দিৱসৰ পৱিত্ৰ ক্ষণত বীৰ যোদ্ধা গৰাকিলৈ শত-কৌটি প্ৰণাম যাচিলোঁ।

Leave a Comment