লাখপতি বাইদেউ আঁচনি List | lakhpati baideo list assam

গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে স্বাধীন হোৱাত সহায় কৰি সবলীকৰণৰ লক্ষ্যৰে ভাৰতৰ চৰকাৰী পদক্ষেপ লাখপতি বাইদেউ। এই কাৰ্যসূচীয়ে মহিলাসকলৰ আত্মসহায়ক গোট (এছ এইচ জি)সমূহক তেওঁলোকৰ ব্যৱসায় আৰম্ভ আৰু বৃদ্ধিৰ বাবে প্ৰশিক্ষণ, সম্পদ, আৰু আৰ্থিক সাহায্য প্ৰদান কৰি সহায় কৰে।

লাখপতি বাইদেউ লিষ্ট আপোনালোকে নিজৰ SHGs গ্ৰাপ নিজৰ মোৱাইলতে চাব পাৰিব। লাখপতি বাইদেই লিষ্ট চাবলৈ আপোনালোকে অফিচিয়েল পৰ্টেল এনআৰএলএম nrlm gov in বা nrlm gov in list বুলি গুগলত টাইপ কৰিলে SHS Report বুলি দেখা পাব।

লাখপতি বাইদেউ লিষ্ট চোৱাৰ পদ্ধতি তলত উল্লেখ কৰা হ’ল-

https://nrlm.gov.in/shgOuterReports.do?methodName=showShgreport

১. প্ৰথমতে নিজৰ ষ্টট নাম(State name) ছেলেক কৰিব লাগিব।
২. ডিছট্ৰিকৰ নাম(District name) ক্লিক কৰক
৩. ব্লক নাম(Block name) ক্লিক কৰক
৪. গ্ৰামপঞ্চায়ত নাম(Grampanchayat name) ক্লিক কৰক
৫. গাঁৱৰ নাম(Villages name) ক্লিক কৰৰক
৬. SHGs গ্ৰাপ নাম(Group name) ক্লিক কৰক
৭. তেতিয়াও আপোনালোকৰ সকলো বিৱৰণ দেখা পাব।

লাখপতি বাইদেউ আঁচনি pdf

Leave a Comment