ৰুমাল song lyrics | Rumal Lyrics in english

একবিংশ শতিকাৰ প্ৰেম কাহিনীৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙণিএকবিংশ শতিকাৰ মোৰ কাহিনীৰুমালৰে সাজতে স্মৃতি হৈ মৰমীৰুমালৰ ভাঁজে ভাঁজে দুখৰে বিননিৰুমালত কাহিনীৰুমালত জীৱনীৰুমালত হুমুনিয়াহৰুমালত উচুপনিৰুমাল, ৰুমাল, ৰুমাল, ৰুমালএখন ৰঙা ৰুমালৰুমাল, ৰুমাল, ৰুমাল, ৰুমালআজিৰ শেতা ৰুমাল । সেই কোন কাহিনীত দেখা এযোৰি কাজল চকুমনত পৰিলে আজিও শোকে খুন্দে বুকুকৃষ্ণচূড়াৰ তলত, স্কুলৰ দুপৰীয়াক্লাছৰ ফাকে ফাকে, কতনো ওমাল কথালুটিয়াই চালে জীৱনী … Read more

Ahe ba nahe lyrics | আহে বা নাহে lyrics

আহে বা নাহে ঘুমতিআহিবা ৰাতি সপোনকে লৈসপোনকে লৈথাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈমৰমৰে নৈদুপাখি মেলি সমীৰে আহিদিয়ে বা নিদিয়ে ফাগুনৰে খবৰতুমি ৰোৱা যেন মোলৈআহে বা নাহে ঘুমতিআহিবা ৰাতি সপোনকে লৈসপোনকে লৈ চুৱে বা নুচুৱে নিয়ৰেশেৱালি পাহিতি শৰতে শৰতেচুৱে বা নুচুৱে নিয়ৰেশেৱালি পাহিতি শৰতে শৰতেনাচে বা নানাচে জোনাকি হৈতুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈআহে … Read more

Mon jai lyrics | মন যায়

মন যায় মোৰো মন যায়মন যায় মোৰো মন যায়চকুত চকু থৈ চাবলেলাহে লাহে ওচৰ পাবলেকাষে কাষে খোজ দিবলেমন যায় মোৰো মন যায়চকুত চকু থ’ব মন যায় তোমাক দেখা পালে সপোন জাগি উঠেবুকুখনি হয় তাজমহলমন নদি হৈ মৰম সুতি বয়ধৌ বোৰ তাত হয় সাথৰসন্মুখত যেতিয়া তোমাক দেখোযাযাবৰ অভিমান মুঠিতে ৰাখোমন যায় মন যায় মন যায় টুকুৰা … Read more

হেৰ বাঁহী lyrics | hero bahi lyrics

বাঁহীহেৰ’ বাঁহী তোক বৰ ভাল পাওঁ দেহি মোৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আঁচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমাৰ ৰাতি । আমোলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে ময়ো গুচি যাওঁ ভৈয়ামে-দৈয়াঙে ক’ৰবালে তোৰ সুৰৰ আঁচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমাৰ ৰাতি । যাওঁ ৱে বা কিমান দূৰ সুৰ পাহৰিলে, তোৰ … Read more

মন মোৰ উৰি গুচি যায় | Mon Mur Uri Gusi Jai Lyrics

মন মোৰ উৰি গুচি যায়টাইটেল : মন মোৰ উৰি গুচি যায়এল্বাম: জোনাকী ৰাতিগায়ক : অংগৰাগ মহন্ত(পাপন) ফাগুণৰে পছোৱা বাঁ অ’…..মন মোৰ উৰি গুচি যায়,কিজানো পায়ো হেৰুৱায়,মন মোৰ উৰি গুচি যায়,কিজানো পায়ো হেৰুৱায়,ফাগুণৰে উৰণীয়া বা,অ’ আলসুৱা কঁহুৱাৰে ছাঁ; পলাশৰ ৰঙা ৰঙা ফুলে,কাণে কাণে যি কথানো ক’লে,জাকি মাৰি উৰা পক্ষী জাকে,আকাশৰ আন্ধাৰে-জোনাকে,কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰুক’ব … Read more

আত্মনিৰ্ভৰশীল ভাৰত

ভাৰতত আত্মনিৰ্ভৰশীল: স্বাধীনতাৰ পথভাৰতত আত্মনিৰ্ভৰশীল এক উল্লেখযোগ্য জীৱিকাৰ ধৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে ব্যক্তিসকলক তেওঁলোকৰ দক্ষতা, আগ্ৰহ, আৰু আবেগৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিছে। ই কেৱল ব্যক্তিক সৱলীকৰণ কৰাই নহয় দেশৰ অৰ্থনৈতিক বিকাশতো যথেষ্ট অৰিহণা যোগায়। এই ৰচনাখনে আত্মনিৰ্ভৰশীলৰ ধাৰণা, ইয়াৰ তাৎপৰ্য, প্ৰত্যাহ্বান, আৰু ভাৰতৰ আৰ্থ-সামাজিক পৰিৱেশ গঢ় দিয়াত ইয়াৰ ভূমিকা … Read more

অসমীয়া ভাষাৰ বৈশিষ্ট্য, উপভাষা, ৰূপ, কাৰ্য

উপভাষা বুলিলে কি বুজাএকোটা ভাষা যেতিয়া বিশাল জনসমষ্টিৰে এক বৃহৎ অঞ্চল জুৰি থাকে তেনে ক্ষেত্ৰত যোগাযোগৰ অভাৱ, যাতায়তৰ অসুবিধা আদিৰ বাবে অঞ্চল বিশেষে একোটা সুকীয়া সুকীয়া ভাষাৰূপৰ সৃষ্টি হয়। একোটা মান্যভাষাত এনেবোৰ কাৰণত বহু আঞ্চলিক ৰূপৰ সৃষ্টি হ’ব পাৰে। ভাষাৰ আঞ্চলিক ৰূপকে উপভাষা আখ্যা দিয়া হৈছে। ব্যক্তিভাষা বা পৰিয়ালৰ ভাষাবোৰৰ মাজত থকা ভেদবোৰৰ অতি সামান্য … Read more

ভাষাৰ কাৰ্যাৱলী

ভাষা হৈছে মানৱ সভ্যতা সংস্কৃতিৰ এক অপৰিহাৰ্য অঙ্গ। ভাষাই বিভিন্ন কাম কৰে যিয়ে মানুহক সমাজত যোগাযোগ, প্ৰকাশ আৰু সংযোগ স্থাপন কৰিবলৈ অনুমতি দিয়ে। ইয়াত ভাষাৰ কাৰ্যাৱলীসমূহ উল্লেখ কৰা হৈছে: ভাষাই এই একাধিক কাৰ্য্যসমূহ একেলগে যোগাযোগত সেৱা আগবঢ়ায়, যাৰ ফলত মানুহক আৱেগিকভাৱে সংযোগ স্থাপন কৰিব পাৰে, তথ্য প্ৰকাশ কৰিব পাৰে, আনক প্ৰভাৱিত কৰিব পাৰে আৰু জটিল … Read more

বিজ্ঞাপনৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা

বিজ্ঞাপন বুলিলে কোনো সামগ্ৰী, সেৱা বা কাৰণৰ প্ৰচাৰৰ বাবে স্থানৰ বাবে ধন দিয়া এক বিপণন কৌশন, প্ৰকৃতে প্ৰচাৰমূলক বাৰ্তাবোৰক বিজ্ঞাপন বোলা হয়। বিজ্ঞাপন বিভিন্ন ধৰণৰ হয়, প্ৰত্যেকটো বিভিন্ন চেনেল আৰু পদ্ধতিৰ জৰিয়তে দৰ্শকৰ মাজলৈ যোৱাৰ বাবে তৈয়াৰ কৰা হয়। কার্য সম্পাদন আৰু ভূমিকাৰ আধাৰত বিজ্ঞাপনক কেইটামান ভাগত ভগোৱা পাৰি। ইয়াৰ বিষয়ে তলত আলোচনা কৰা হ’ল: … Read more

ৰাজহুৱা কথন দক্ষতা বুলিলে কি বুজা

কথন হৈছে ভাব প্ৰকাশৰ সহজ পদ্ধতি। কথন প্ৰক্ৰিয়াক একপ্ৰকাৰৰ বাচিক শিল্প বুলিও কোৱা হয়। কথন দক্ষতাত মৌলিক জ্ঞানসমূহ হ’ল- শব্দৰ প্ৰয়োগ কৌশল, ভাষা জ্ঞান, কথনগত অভ্যাস, শুদ্ধ উচ্চাৰণ, যতি জ্ঞান আৰো প্ৰকাশ ভংগীৰ সৰলতা। ৰাজহুৱা কথন/ভাষণ দিয়াৰ দক্ষতাই দৰ্শকৰ আগত ধাৰণা বা তথ্য ফলপ্ৰসূভাৱে যোগাযোগ, উপস্থাপন আৰু প্ৰকাশ কৰিবলৈ প্ৰয়োজনীয় ক্ষমতাক বুজায়। উপস্থাপন, সভা সমিতি, … Read more