বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা
জীৱশ্ৰেষ্ঠ মানুহৰ স্বাৰ্থপৰতাৰ বাবে বহুটো আকর্ষণীয় জীৱৰ এই পৃথিৱীৰ পৰা বিলুপ্তি হবলৈ ধৰিছে। বৰ্তমান বহু প্ৰজাতিৰ চৰাই, হাটী, বাঘ, গড়, বিভিন্ন প্ৰজাতিৰ পহু আদি দিনক দিনে লুপ্ত হবলৈ গৈছে। এইক্ষেত্ৰত মানৱ জাতিয়ে সতৰ্ক হোৱাৰ প্ৰয়োজন, নহ’লে এই প্ৰাণীবিলাক ইতিহাসত পৰিণত হব। বিভিন্ন কাৰণত বন্যপ্ৰাণী সংৰক্ষণ অতি প্ৰয়োজনীয়। ইয়াৰ লগত প্ৰাকৃতিক বাসস্থান, পৰিৱেশ তন্ত্ৰ আৰু তাত … Read more