Class 10 assamese question answer chapter 1 assamese medium

বৰগীতকবিঃ শ্ৰী শ্ৰীমাধৱদেৱ অতি চমু প্ৰশ্নোত্তৰ(Class 10 assamese medium question answer chapter 1) Class 10 assamese borgeet question answer mcq ১. “….. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে।২. ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’—সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?উত্তৰঃ … Read more