বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে
জন্মঃ ১৯০৯ চনৰ ৩১ জানুৱাৰী
পিতৃঃ গোপাল ৰাভা
মাতৃঃ গেঠি ৰাভা
জন্ম স্থানঃ ঢাকা(বৰ্তমান বাংলাদেশ)
প্ৰাথমিক শিক্ষাঃ ঢাকা (বৰ্তমান বাংলাদেশ)
হাইস্কুলীয়া শিক্ষাঃ তেজপুৰ
কলেজীয়া শিক্ষাঃ বিহাৰ আৰু কলিকতা(বৰ্তমানৰ কলকাতা)
ৰচনাৰাজিঃ বিষ্ণুপ্ৰাসাদ ৰাভাই বহুধৰণৰ বিষয় লৈ লিখা-মেলা কৰিছিল। তাৰে ভিতৰত অজস্ৰ গীত-মাত, নাটক-নৃত্যনাটিকা, গল্প-প্ৰবন্ধ, জীৱনী আৰু উপন্যাসো আছিল। ‘ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ’ই সেইবোৰ থূপাই দুটা বৃহৎ খণ্ডত “বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ” প্ৰকাশ কৰি উলিয়াইছে।