বিদায় সম্বৰ্ধনা পত্ৰ অসমীয়া | অসমীয়া সম্বৰ্ধনা পত্ৰ | সম্বৰ্ধনা পত্ৰ লিখাৰ নিয়ম

 গোৱালপাৰা প্ৰাথমিৰ স্বাস্থ্যকেন্দ্ৰৰ সমূহ কৰ্মচাৰীৰ উদ্যোগত

বিদ্যালয় সম্বৰ্ধনা পত্ৰ

জিলাঃ গোৱালপাৰা(অসম)

মাননীয় বিকাশ ডেকালৈ


প্ৰিয় ভাজনেষু,

জয় জয়তে আপোনালৈ বিদায় সম্ভাষণ জনালোঁ। বিদায় সকলো কৰ্মচাৰীৰ কাৰণে চিৰসত্য আৰু অৱধাৰিত যদিও আমি আপোনাৰ আজিৰ এই বিদায় ক্ষণত ব্যাথিত।

কৰ্তব্য মানৱ জীৱনত ব্ৰত, আশ্ৰয় আৰু ধৰ্ম। ইয়াৰ জৰিয়তে মানুহে কালত ঐকান্তিকতা, কৰ্তব্যনিষ্ঠা আৰু ধৈৰ্যৰে কৰ্মৰাজী আমাৰ বিভাগৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে সদায় প্ৰেৰনা হৈ ৰ’ব।

ভৱিষ্যত জীৱন সুন্দৰ আৰু সুখৰ হোৱাত ভগৱানে আপোনাক সহায় কৰক। আমি আজিৰ এই বিদায় ক্ষণত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

এই শুভ কামনাৰে-


আপোনাৰ শুভকাংশী

গোৱালপাৰা প্ৰাথমিৰ স্বাস্থ্যকেন্দ্ৰৰ সমূহ কৰ্মচাৰীবৃন্দ

দিনাংকঃ ইং ৩১ ডিচেম্বৰ, ২০২৫

Leave a Comment