ড৹ উপেন্দ্ৰ নাথ গোস্বামী পৰিচয় | Dr. Upendra Nath Goswami Introduction
অসমৰ অন্যতম ভাষাতত্ত্ববিদ সু-সাহিত্যিক ড৹ উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় বৰ্তমানৰ নলবাৰী জিলাৰ নলবাৰী স্ত্ৰত ১৯২৩ চনত। অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ প্ৰথমে ডিব্ৰুগড় কানৈ মহাবিদ্যালয় আৰু পিছত কটন মহাবিদ্যালয় অধ্যাপনা কৰে। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত যোগদান কৰি সেই বিভাগৰ মুৰব্বী অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। অসমীয়া … Read more