শিক্ষা কি?  ‘Education’ শব্দটোৰ উৎপত্তি ব্যাখ্যা | Explaining the origin of the word ‘Education’

শিক্ষা বুলিলে দেশ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞাকে অন্তৰ্ভুক্ত কৰা হৈছে। সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্ৰণোদিতভাবে, নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজা যায়। কাৰোবাৰ বাবে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ। অন্য এজনৰ মতে শিক্ষা হৈছে পৰিৱেশৰ লগত খাপ খাব পৰা … Read more

হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে চমুকৈ | About Hemchandra Goswami in Assamese

       ১৮৭২ চনত গোলাঘাটৰ অন্তৰ্গত গৌৰাংগ সত্ৰত জন্ম লাভ কৰা, হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী। নগাঁৱত শিক্ষা লাভ কৰা সময়তে গুণাভিৰাম বৰুৱা, ভোলানাথ দাস, ৰত্নেশ্বৰ মহন্ত আদিৰ সান্নিধ্যত সাহিত্য-চৰ্চাৰ বাউতি বাঢ়ে। ‘আসাম বন্ধু’ কাকততে তেওঁ পানতে কবিৰূপে পৰিচিত হয়। হেমচন্দ্ৰ গোস্বামী গোস্বামী কলিকতাত চাৰি বছৰ পঢ়ি ডিগ্ৰী নোলোৱাকৈ ঘুৰি আহি প্ৰথমে মাটিৰ হাকিম … Read more

হেম সৰস্বতীৰ বিষয়ে চমুকৈ | About Hema Saraswati briefly

       খ্ৰীষ্টিয় চতুৰ্দশ শতিকা, অৰ্থাৎ প্ৰাক্ শংকৰী যুগৰ যিসকল উল্লেখযোগ্য কবিৰ নাম পোৱা যায় তাৰ ভিতৰত অন্যতম কবি হ’ল হেম সৰস্বতী। হেম সৰস্বতী পুৰুষানুক্ৰমে পণ্ডিত বংশৰ লোক। তেওঁৰ পিতৃ ৰুদ্ৰ সৰস্বতীও সংস্কৃতজ্ঞ আছিল। সৰস্বতী উপাধি পাণ্ডিত্যৰ পৰিচায়ক। হেম সৰস্বতীয়ে কমতাধিপতি দুৰ্লভনাৰায়ণৰ ৰাজ্যত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ‘প্ৰহ্লাদ চৰিত্ৰ’ আৰু ‘হৰ-গৌৰী সংবাদ’ ৰচনা কৰে। … Read more

ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ বিষয়ে চমুকৈ | About Dr. Birinchikumar Baruah briefly

       অসমৰ এগৰাকী সুপণ্ডিত তথা প্ৰাচ্যতত্ত্ববিদ ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম হয় নগাঁৱৰ বিখ্যাত খৰঙী বৰুৱা পৰিয়ালত ১৯১০ চনত। নগাঁৱতে স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ পৰা তেওঁ সুখ্যাতিৰে বি এ পাছ কৰে। ইয়াৰ পিছত কিছুদিন শিক্ষকতা কৰি পুনৰ কলিকতালৈ যায় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পালি ভাষাত এম এ আৰু লগতে আইন পৰীক্ষাও পাছ কৰে। তেওঁ কলিকতা … Read more

সাহিত্য বুলিলে কি বুজা? ইয়াৰ গুণাগুণ সম্পৰ্কে ব্যাখ্যা

       সাধাৰণতে সাহিত্য বুলিলে কিছুমান কিতাপক বুজায়। কিন্তু কিতাপ মাত্ৰেই মানুহক আকৰ্ষণ কৰিব পাৰে, সেইখনকহে সাহিত্য বুলিব পাৰি। সাহিত্যই সকলো শ্ৰেণীৰ মানুহকে আনন্দ দিব পাৰে। যিবোৰ কিতাপে কেৱল কোনো নিৰ্দিষ্ট শ্ৰেণীৰ লোককহে আনন্দ দিয়ে, যিবোৰ কিতাপ সাহিত্যৰ ভিতৰত নপৰে। সাহিত্যৰ সম্বন্ধ ঘাইকৈ মানুহৰ জীৱন আৰু কাৰ্যাৱলীৰ লগত। গতিকে ভাষাৰ মাধ্যমেৰে জীৱনৰ প্ৰকাশেই হ’ল সাহিত্য।        … Read more

ড৹ উপেন্দ্ৰ নাথ গোস্বামী পৰিচয় | Dr. Upendra Nath Goswami Introduction

       অসমৰ অন্যতম ভাষাতত্ত্ববিদ সু-সাহিত্যিক ড৹ উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় বৰ্তমানৰ নলবাৰী জিলাৰ নলবাৰী স্ত্ৰত ১৯২৩ চনত। অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ প্ৰথমে ডিব্ৰুগড় কানৈ মহাবিদ্যালয় আৰু পিছত কটন মহাবিদ্যালয় অধ্যাপনা কৰে। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত যোগদান কৰি সেই বিভাগৰ মুৰব্বী অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।        অসমীয়া … Read more

ড৹ বাণীকান্ত কাকতি পৰিচয় | Dr. Vanikant Kakati Introduction

প্ৰসিদ্ধ সাহিত্যিক সমালোচক গৱেষক পণ্ডিত ড৹ বাণীকান্ত কাকতিৰ জন্ম হৈছিল বৰপেটাৰ বাতিকুৰিহা গাঁৱত ১৮৯৪ চনৰ ১৫ নবেম্বৰ তাৰিখে। সৰু কালিৰে পৰাই তেওঁ মেধা শক্তিৰ পৰিচয় দিব পাৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পৰীক্ষণত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয় আৰু পিছত অধ্যক্ষৰ পদতো অধিষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত অসমীয়া বিভাগৰ প্ৰধান … Read more

মাধৱদেৱৰ চমু পৰিচয় | Brief introduction to Madhavdev

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতি প্ৰিয়তম আৰু প্ৰধান শিষ্য মাধৱদেৱৰ জন্ম হয় নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ইং ১৪৮৯ চনত। তেওঁ প্ৰথমে শাক্তধৰ্মৰ পোষক আছিল যদিও পিছত মহাপুৰুষজনাৰ সান্নিধ্য লাভ কৰি তেওঁৰ ওচৰত শৰণ লয় আৰু নব-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে একাণপতীয়াকৈ লাগে। এই উদ্দেশ্যেই তেওঁ গীত, ভটিমা, নাট আৰু বিভিন্ন পদ পুথি ৰচনা কৰে। তেওঁৰ দ্বাৰা ৰচিত কালজয়ী দুখন … Read more

ফেচবুকৰ ভাল আৰু বেয়া দিশ

ফেচবুকৰ সুবিধা আৰু অসুবিধা দিশ এটা মুদ্ৰাৰে দুটা পিঠি। কাৰণ যিকোনো বস্তুৰে ভাল বেয়া দুয়ো থাকে। ভালদৰে ব্যৱহাৰ কৰিলে ভাল, আৰু বেয়া ধৰণে ব্যৱহাৰ কৰিলে বেয়া হব। ফেচবুকৰ ভাল দিশ ফেচবুকৰ জৰিয়তে আমি নিজৰ ফটো, ভিডিঅ’, লেখনিৰ জৰিয়তে নিজৰ মনোভাৱ বন্ধুবৰ্গৰ সৈতে প্ৰকাশ কৰিব পাৰোঁ। ফেচবুক এপ্লিকেশ্বনৰ জৰিয়তে বাতৰি আপডেত পাওঁ, বাৰ্তা প্ৰেৰণ কৰিব পাৰি, … Read more

ফেচবুকৰ প্ৰয়োজনীয়তা

ফেচবুক কি? ফেচবুক হৈছে এক সামাজিক নেটৱৰ্কিং ছাইট যিয়ে আপোনাৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অনলাইন সংযোগ আৰু ভাগ বতৰা কৰা সহজ কৰি তোলে। বৰ্তমান ফেচবুকৰ প্ৰয়োজনীয়তা বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে বহুতো মানুহক আগলৈ লৈ গৈছে। ঠিক তেনেকৈ ছচিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওঁক, এদিন এৰাতিৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আমি দৈনদিন ছচিয়েল মিডিয়াত ফেচবুক, … Read more