Ki hobo ei jibon lyrics
কি হব এই জীৱন তুমি নহলেকাৰ বাবে ৰচিব সপোনকি ৰব মোৰ বাবে তুমি নহলেকোন হব এই বুকুৰ আপোনৰং বিহীন ৰব আশাবোৰ হীয়াৰেঅৰ্থহীন লগে সকলোকি হব এই জীৱন তুমি নহলেকাৰ বাবে ৰচিব সপোন নাৰে নাৰে নেৰে নাৰেনেৰে নেৰে নে নেনাৰে নাৰে নেৰে নাৰেনে ৰা নে না উদাষ উদাষ লাগে তুমি নহলেনেযায় সময় কাষত তুমি নহলেৰিঙা উছা … Read more