Nadi mur prothom val pua lyrics | নদী মোৰ প্ৰথম ভালপোৱা

Song: নদী মোৰ (Nadi Mur)Lyrics: Nabanita Chetia (Zunali)Tune/Composition: Abhijit Luthuri Chetia PatorCategory: Assamese Classical songSinger: Digitally processedStudio: NADI Studio নদী মোৰ প্ৰথম ভালপোৱা,আলফুলে বুকুতে সজোৱা৷নদী মোৰ প্ৰথম ভালপোৱা ,আলফুলে বুকুতে সজোৱা৷কোৱাই নহ’ল বহু কথা,গোপনে গোপন হাজাৰ তৃষাআধৰুৱা.. আধৰুৱা.. কোনে আজিও আহি মোককৰে আমনি হিয়া আজুৰিবিছিন্ন মোৰ পৃথিৱী,মৌনতাবোৰ আনে আদৰি ৷অশ্ৰু শীতল নিশাটি,অস্ত আবেগৰ কুঁৱলী৷ নদী … Read more

আইচেং | Aicheng Lyrics

গীতৰ শিৰোনাম: আইচেং (Aicheng)এলবাম: ব’হাগৰে জুই V2কণ্ঠ: লক্ষ্যজিৎ বৰুৱা আৰু বৰষা ৰাণী চয়কীয়াকথা আৰু সুৰ: লাচুমণি ৰাজকোঁৱৰ লিপি:ঐ চেং ঐ ঐ চেং ঐতোৰ মৰমে টানিলেঐ চেং ঐ তোৰ মৰমেমোক পগলা কৰিলে তাঁতৰে শালতে ঐ ভনীঐ দেউতাই বাৰু সঁচাই মৰম কৰেনেকালে ফুল বাছিবা ঐ ভনীমায়ে বাৰু সঁচাই চেনেহ কৰেনেতাঁতৰে শালতে ঐ ভনীঐ দেউতাই বাৰু সঁচাই মৰম … Read more

আকৌ বিয়া । Akou Biya lyrics

এই শুনাচোন আহিছো ওলাইএই চুৱাচোন দেখিচা নে নাইএই শুনাচোন মনে ৰিঙে ৰিঙিয়াইবুলু, এই কৱাচোন বুজিচা নে নাইতুমি উলালা নে নাই তুমি সাজি লা নে নাইসখি জনি নু কাখত গৈ বহিলে নে নাইআয়ো তিয়েনু লাহে কৈ উঠোতে উৰলি লৈজুৰিলে নে বিয়া নাম অইআমডালি গাটিছে দৰ্জাই দৰ্জাই আৰিছেমোকে আদৰিবলৈ বৰ পিৰা পাৰিছেআমডালি গাটিছে দৰ্জাই দৰ্জাই আৰিছেমোকে আদৰিবলৈ … Read more

JUJ EAKHON HOBO lyrics | যুঁজ এখন হ’ব

Song : JUJ EAKHON HOBOSinger : Manas Robin & GroupLyrics : Manas RobinComposer : Manas Robin যুঁজ এখন হ’ব বাপুযুঁজ এখন হ’বযুঁজ এখন হ’ব বাপুযুঁজ এখন হ’বৰাইজক মজা দিয়া বোৰকৰাইজে মজা দিবৰাইজক মজা দিয়া বোৰকৰাইজে মজা দিবযুঁজ এখন হ’ব ২এইবাৰ যুঁজ এখন হ’বযুঁজ এখন হ’ব ২এইবাৰ যুঁজ এখন হ’বযুঁজ এখন হ’বএইবাৰ যুঁজ এখন হ’বৰাইজক মজা … Read more

চুনু মুনু | Sunu Munu lyrics

প্ৰথমে প্ৰণামোআই সৰস্বতীদ্বিতীয় প্ৰণামোহৰিএ তৃতীয় প্ৰণামোতোৰে ঘৰৰ পদূলিতবিয়া হৱমোলে তইযদি মোপ মন ফুলনিৰ বাগিচাৰক’না, ক’না,হবি নে মোৰ মালিতাতোকে ভাৱি লিখা কবিতাজাননে, জাননে,জাৰৰে ঐ বিচনাতমোৰ যৌৱনৰে জিলাতেএটি সৰু ঘৰ খেৰ পথাৰেসাজিমে মইতোৰে লগতেএ দেহী, পাহাৰ বগাই বগাইতেনীমাইকপৌফুল নানোগৈঅ’ চেনীমাইখোপাতে দিবলৈ বুলিএ দেহীভৈয়ামতে যে পায়কত’ নাহৰ তগৰঅ’ চেনীমাইলাগিলে তাকে দিম আনি এ জাননেঐ বদনঐ এপেগতে মজা, দুপেগতে … Read more

Bosti Jabole Time Lyrics

Bosti jabole time lyrics in english Bosti Jabole time ahisheAro Christmas bhi osor hoishePocket khali ase hoilebiBosti jabole bishi mon aseHarami sathi khan koiBosti joldi ahibiPocket khali hoilebiSathi khan osor deh thakileMoi eku nalage I kiulong along pü thsüchoh müyamrüboNyimung khülang mahne lang ahAtsükhüh nü pincho langNüsa yo pocket money ju used tüthsüyeIki she alang … Read more

সপোন সপোন যেন lyrics | Xopun Xopun Roi Roi Binale lyrics

সপোন সপোন যেনআজি মোৰে ভালপোৱাবোৰজিৰি জিৰি সপোন নামি আহেআজি চকুতে মোৰসপোন সপোন যেনআজি মোৰে ভালপোৱাবোৰজিৰি জিৰি সপোন নামি আহেআজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মইতোমাৰে বুকুতে জীপাল হওঁ আজি মইসপোন সপোন যেনআজি মোৰে ভালপোৱাবোৰজিৰি জিৰি সপোন নামি আহেআজি চকুতে মোৰ নাচে বুকুতে আশানেদেখা সপোন উতলাজীৱনযুৰি বিয়পাগাই অন্য অন্য ভাষাদিলোঁ মোৰ তোমাকে ছায়ামোৰ মন … Read more

মোৰ মন দুচকুত lyrics | Mur Mon Lyrics | Zubeen Garg & Sweety Das

মোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শ মোৰ আকাশআছেই একেথৰেমোৰ মন মোৰ বুকুতলিখে একেই আখৰেমোৰ মন মোৰ ছবিআঁকে একেই সাঁথৰেমোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শ মোৰ আকাশআঁকেই একেথৰে মোৰ আঁউসীৰ জোনেআজি পোহৰ বিচাৰেমোৰ স্বপ্নভৰা গানেওঁঠেৰে নিগৰেমোৰ ডেউকাৰ ক’লা ৰংশুভ্র হ’ব খোজেমোৰ কাজলী ৰাতিবর্ণিল হ’ব খোজেমোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শৰ বলাকাতবিচাৰা নিজৰ দৰেমোৰ মন হয় পাথৰখুন্দি খুন্দি ভিতৰেমোৰ তীব্র … Read more

Roi roi binale assamese lyrics | ৰৈ ৰৈ বিনালে

ৰৈ ৰৈ বিনালেনিশায়ে বিনালেৰাতিপুৱাবলে কিমান পৰডাৱৰে ডাৱৰেএন্ধাৰে সিপাৰেজেউতি লুকালে অসীমতনভবা কথাও হঠাতে হয় চাগেপায়ো হেৰুৱালোবুজি পোৱাৰ আগতেৰৈ ৰৈ বিনালেনিশায়ে বিনালেৰাতিপুৱাব কেতিয়াডাৱৰে ডাৱৰেএন্ধাৰে সিপাৰেজেউতিও নাইকিয়াৰৈ ৰৈ বিনালেনিশায়ে বিনালেৰাতিপুৱাবলে কিমান পৰ জানো বুজো তথাপিও নোৱাৰোনিজৰ মাজত তোমাকেই সামৰোজানো বুজো তথাপিও নোৱাৰোনিজৰ মাজত তোমাকেই সামৰোসপোনৰ ৰথ আজি হতবাক স্তব্ধজীৱনৰ পথ আজি মলিন বিবর্ণজীৱনৰ যাত্ৰা তোমাতেই বিলীনতোমাতেই বিলীনৰৈ ৰৈ … Read more

Dighloti lyrics in Assamese |  দীঘলতি

DighLoti Lyrics অ’ মন জুই জ্বলিছেকিবা কিবি লাগিছে,সমনীয়া বিহুৱা মনউবা-জুবা কৰিছে। হাউলি হাউলি নিদিবি ঐপদূলিতে বাঢ়নী তই গধূলি,উতলা ব’হাগত নাচনী হৈসাঁজি কাঁচি ন’ৰবি তই লাহৰী। দীঘলতি দীঘল পাত, মাখিয়তী চাক,কোনে দিয়ে লাহৰী তোক অমাতৰে মাত। অমাতৰে মাত, আমাতৰে মাতমৰমৰে মাত, মৰমেৰে মাত। এ,হ’ব পাৰে মাৰে কাজীএকো কথা নাই,মাকোঁ সৰিল সূতা ছিগিলকোনেনো জুৰাই। এ,তই বহিলে তাঁত … Read more