আকাশে বতাহে তোমাকে দেখিছোঁ Lyrics | akakhe botahe tumake dekhisu

আকাশে বতাহে তোমাকে দেখিছোঁ আকাশে বতাহে তোমাকে দেখিছোঁঅচিনা আৱেশত ওপচি পৰিছোঁকিযে ঢৌ উঠিছে, বুকুতে সঘনেকঁপনি তুলিছে, দেহাত শিহৰণেI feel like something somethingতুমি বাৰু জানানে ? হিয়াৰে কোণতে কাৰ, ছবিটিনো ৰয়ওঁঠৰে হাঁহিয়ে কি কথাটিনো কয়তুমিনো বুজি নোপোৱানে চকুৰে ভাষানক’লোৱে যেনিবা মই মনৰে কথামৰমে কিদৰে মেৰিয়া বান্ধিছেতোমাৰে বুকুৰে কাষলে টানিছেI feel like something somethingতুমি বাৰু জানানে ? … Read more

কাজিৰঙা বৰ ধুনীয়া lyrics | Kaziranga bor dhuniya lyrics assamese

কাজিৰঙা বৰ ধুনীয়া কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনাকেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা …কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনাতাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা।কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনাতাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা।অ’ দেহাৰ বৰণ ৰঙ-চঙীয়া মূগা চুমনীয়াচাদৰৰে আছলখন টানি টানি বান্ধি ল’বাচাদৰৰে আছলখন টানি টানি বান্ধি ল’বা। শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচৰানামডাংৰ শিলৰ সাকো … Read more

ফুল ফুলিছে বসন্ত lyrics | Ful fulise bokhonto lyrics

ফুল ফুলিছে বসন্তৰ – বিহু ফুল ফুলিছে বসন্তৰতুমি জানমণি বহাগৰপ্ৰতিটো বহাগতেমৰম যাচোঁ তোমাক অন্তৰৰ। গুণগুণকৈ ভোমোৰাফুলে ফুলে পৰিছেথোপা থোপে নাহৰ তগৰডাল ভৰি ফুলিছেজানমণি তুমিয়েই মোৰ কামনা বাসনাতুমিয়েই মোৰ জীৱনৰ ভৰসাতুমিয়েই মোৰ বুকুৰে কলি। জুৰ মলয়া ফাগুনৰতুমি জানমণি মৰমৰপ্ৰতিটো বসন্ততেমৰম যাচোঁ তোমাক হৃদয়ৰ। ৰঙা নীলা পখিলাজাকে জাকে উৰিছেকুকু কৈ কুলিটিয়েপাতৰ আঁৰত মাতিছেঅ’ জানমণি তুমিয়েই মোৰ প্ৰাণৰে … Read more

মন হীৰা দৈ | Mon hira doi lyrics Assamese

মন হীৰা দৈ চাইকেল নহয় টিলিঙামন হীৰা দৈ ডেকা নহয় পিলিঙাৰহ ঢলা পথাৰত, আহিবা ঐ নিজানতমন হীৰা দৈ তোমাৰনো কুমলীয়া মাত । মন হীৰা দৈ গাভৰু নহয় লহঙামন হীৰা দৈ পীৰিতি নহয় মহঙামেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহতমন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত । মন হীৰা দৈ বোৱাৰী নহয় যখিনীবেমাৰ নহয় গ্ৰহণীভাত নহয় অমাতৰ মাত ।অ’ … Read more

তুমি চোৱা যেতিয়া দুচকু তুলি | Tumi suwa jetia lyrics

না.. না….. তুমি চোৱা যেতিয়া দুচকু তুলিমোৰ আকাশ ভাঙি নামে বিজুলিৰ’দে হাহে, ফুল ফুলে, কথা ক’লেতুমি চুলেই যে বসন্তধুমুহাও যে প্ৰশান্ততোমাৰ মাজেত দিগন্তসৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিতদৌ খেলে ৰ’দ দাৰিহাহিত মিচিকনিসোনাৰুৰে পাহিসজল সজল চাৱনিতত’ৰাৰে জিলিকনিসেন্দুৰিয়া ওঠতেকথাৰে নিচুকনিবুকুৰ মাজতে দেখো জাগে সপোনচকুৰ পতাত আঁকি তোমাক চিকুনবুকুৰ মাজতে দেখো জাগে সপোনচকুৰ পতাত আঁকি তোমাক চিকুনতোমাৰ মৰমত … Read more

পুৱাই পুৱাই ফুল তুলবা lyrics | Puwai puwai phul tuliba song lyrics

মে দিৱানীবাৰি মাচাতানিমে দিৱানীবাৰি মাচাতানি চমণ্দাৰ কে কিনাৰে হো .. ৪পুখুৰী পাৰত আকলা একলি ৩ আৱ ঘপক আগায়া হেমে দিৱানীবাৰি মাচাতানিমে দিৱানীবাৰি মাচাতানি পুৱাই পুৱাই ফুল তুলবাতোমাৰ ঘৰত মই জৱাপুৱাই পুৱাই ফুল তুলবাতোমাৰ ঘৰত মই জৱাফুল বুলি হাতত ধৰলোঁ ৩আৰ ঘপক কে প্ৰেম আগায়ামে দিৱানীবাৰি মাচাতানিমে দিৱানীবাৰি মাচাতানি আমেৰিকা লণ্ডনতকত ফুৰো ফৰেণ্ডতখাতা খাতা দিস্কো পেনকত … Read more

মৰম লাগি গ’ল তোক | Morom Lagi Gol Tuk lyrics

O katung bora dhanore thukDhore jakoi marngte jukOi sokut soku pori moinamorom lagigol tuk lage nakhale jano bhukmare morome khundiyai muknalage muk anok moinalage lagiboi tukO dikhowr kopi loga dolongtuloi thoka morombukut aahi xajiliesuta solong O katung bora dhanore thukDhore jakoi marngte jukOi sokut soku pori moinamorom lagigol tuk O morom oi barire sutoteO morom … Read more

Dhulikona Lyrics | Dhulikona lyrics in assamese

ধূলিকণাঅঘৰী কবিতাউনমনাবিচাৰি ঠিকনাধূলিকণাবাউলী কণিকাউনমনাচিনাকি পখিলাডাকুৱাল বতাহে জুলোঙা যায় জোকাৰিপাশুৱাল পাহাৰো বগুৱা বাই আওখিযাযাবৰ পৰশে মহনা পায় সাতুৰিজীৱনৰ জাহাজে জেতুকা লয় ৰাঙলীধূলিকণাঅঘৰী কবিতাউনমনাবিচাৰি ঠিকনাজোনাকৰ নীলা ওঠেৰেবননিৰ দেহা চুমিলেনিঠা লাগে দুচকুতেএটুপাল চেচা নিয়ৰেজননীৰ হিয়া দহিলেতৃখা জাগে শিৰে শিৰেআঘাতৰ নিমাত চিঞৰেউশাহৰ মিচিল সাবতেঘনে ঘনেডাকুৱাল বতাহে জুলোঙা যায় জোকাৰিপাশুৱাল পাহাৰো বগুৱা বাই আওখিযাযাবৰ পৰশে মহনা পায় সাতুৰিজীৱনৰ জাহাজে জেতুকা … Read more

অ’ মায়া কি যে মায়া lyrics | O maya ki je maya lyrics

জীৱন এখনি মায়াময় জীৱনীমৰম মায়াৰে এটি কাহিনীজীৱন এখনি মায়াময় জীৱনীমৰম মায়াৰে এটি কাহিনীজীৱনে কয় কাহানিবাহাঁহিবোৰ লুকুৱাই থোৱামৰমে কয় কেতিয়াবাচকুলোত তিতিছে হিয়াসুখ দুখৰ ছবি আঁকি যায়জীৱনৰ আঁচলত লুকাইঅ’ মায়া কি যে মায়জীৱন মায়াৰে খেলাঅ’ মায়া কি যে মায়ামৰম মায়াৰে মেলাঅ’ মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাওঅ’ মায়াৰে সাৰথি লৈআশাৰে বঠা বাই যাওঁঅ’ মায়াবী সাগৰত উটি ফুৰে … Read more

চেৰেংকৈ লাগিলে lyrics | Sereng koi Lyrics

চেৰেং কৈ’ চেৰেং কৈচেৰেংকৈ লাগিলেবুকুতে জু‍ইছাগে তই আছিলিকলিজাতে শুই চেৰেংকৈ লাগিলেবুকুতে জু‍ইছাগে তই আছিলিকলিজাতে শুই ৰৈ ৰৈ ৰৈতোলৈ চাওঁৰৈ ৰৈ ৰৈতোলৈ চাওঁ চেৰেংকৈ লাগিলেবুকুতে জু‍ইছাগে তই আছিলিকলিজাতে শুই… মৰম লগা লোপথোপীয়া তোৰগাল খনি মোহাৰি চাওঁতোৰে বুকুতেনো কিমান মৰমতাতে মই ডুবি যাওঁ মৰম লগা লোপথোপীয়া তোৰতোৰে বুকুতেনো কিমান মৰমতাতে মই ডুবি যাওঁঅজলা মনে গোমোথা মাৰেএকো ভাৱি … Read more