আগমণি lyrics | Aagomoni Lyrics

আগমণি তোমাৰনিজান ৰাতিসুগন্ধি ফুলৰবতাহ চাতি আহানা কাষলেৰোৱানা তুমিচাই ৰও তোমাকবৈ যাও তোমাত পালতৰা নাৱৰবতাহেই সাৰথিমায়াময় জীৱনৰকোন বাৰু লগৰী নদীৰ কাষত বহিমনে মনে স্মৃতি বোৱাইছেধৌৱে ধৌৱে আমাৰদুয়োৰে মৰম বাগৰিছে যেতিয়া তোমাৰ পদুলিৰে আগুৱাওজপনা মুখতে বাট হেৰুৱাও সন্ধ্যা পৰততোমাৰ লগতনামি অহা জোনাকমনত পৰেমৌন ওঁঠৰউজাগৰি নিশাজোনাকী পৰুৱাৰঅহা যোৱা সপোন সৰেভাহি আহেতোমাৰ কথাইআমনি দিয়ে তোমাৰ কথাই আমনি দিয়েতোমাৰ কথাই … Read more

অলকানন্দা lyrics | Alakananda lyrics in assamese

আগলি বতাহে সৰালে চুপহি কাজলী জপা দুচকুৰ পতাত ধেমালি চলেৰে ক’ৰেনো টিপচি নিচুকনি গীত জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আঁঁউজিলেহি ৰ’দ ভাগেনে চিকুণে সোণ টোপনি তোমাৰ মায়াময় উশাহৰ উমে আনে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ … Read more

যন্ত্ৰ | Jantra lyrics

ৰাতিপুৱা সুই উঠিযাবৰে যে হয় স্কুললৈগধুৰ গধুৰ পঢ়াৰ বোজাকঢ়িয়াওতে যায় দিন দুৰলৈস্কুলৰ শেষত টিউচন কৰিঘুৰি আহি একো নাপাও বিছাৰিহোমৱৰ্ক কৰি ভাগৰিবিচনাৰ কোলাকেই লও সামৰি আমি যেন যন্ত্ৰযন্ত্ৰএকো একোটা যন্ত্ৰযন্ত্ৰআমি আমি যেন যন্ত্ৰযন্ত্ৰএকো একোটা যন্ত্ৰযন্ত্ৰ ৰাতিপুৱা সুই উঠিচাহত সোহা মাৰি, পেপাৰ পঢ়িএকেই খবৰ একেই চবিএকেই মৰা মৰি, ঠগা ঠগিন বজাত গা ধুই উঠিপেট পুজা কৰি কাপোৰ … Read more

অসমীৰে চোতালতে lyrics | Axomire sutalote lyrics

অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলী মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি । নীলা নীলা পাহাৰতে ডালিমীয়ে কথা পাতে জুৰিটিৰ কাষতে ৰৈ হিয়াৰে বতৰা কৈ মলয়াত উৰে চুলি অ’ মলয়াত উৰে চুলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি । ভৈয়ামৰে পথাৰতে ৰোৱনী লখিমীহঁতে উলাহত জুৰিলে গান বনগীত … Read more

আলফুলীয়া কপৌ ফুল lyrics | Alphulia Kopou Phool

আলফুলীয়া কপৌ ফুল lyrics আলফুলীয়া কপৌফুল অ’ দেহি ক’ত পালা চিৎ বিয়াকুল । (পু) হাবি ভাঙি দেখিলোঁ অ’ বিৰিখ বগাই চিঙিলোঁ কোন হাঁহি এই পাহি বনৰীয়া ফুল । (পু) হাতত কিয় ল’লা পিচলি জানো পৰে জানো নুশুৱাই । (স্ত্ৰী) পৰে যদি পিচলি দিবা দেই বুটলি । (পু) আকৌ যদি পিচলি যায় তাতকৈ দিওঁ নেকি খোপাতে … Read more

কি নাম দি মাতিম lyrics | ki naam di matim lyrics dr bezbaruah 2

তেজ বগুৱা সপোন তুমিকি নাম দিমজেদ কৰোৱা দাপোণ তুমিকি নাম দিম নদী মই লহৰে সাগৰ বিচাৰেময়ো তোমাতে মিলিমতোমাতে মিলিম কি নাম দি মাতিমমাতিম তোমাক এটি প্ৰভাত তোমাৰ হাঁহিতহেঁপাহৰ বিলখনিজিলমিল জিলমিলএটি ৰাতি তোমাৰ চুলিতএন্ধাৰৰ ধেমালিখিল-খিল খিল-খিল এটি প্ৰভাত তোমাৰ হাঁহিতহেঁপাহৰ বিলখনিজিলমিল জিলমিলএটি ৰাতি তোমাৰ চুলিত এন্ধাৰৰ ধেমালিখিল-খিল খিল-খিল সাঁথৰৰ কথাৰে পকাবলে এৰাচিধা কথাহে বুজিমবুজালে বুজিম কি … Read more

তুমি চোৱা যেতিয়া | Tumi suwa jetiya lyrics

তুমি চোৱা যেতিয়া দুচকু তুলিমোৰ আকাশ ভাঙি নামে বিজুলিৰ’দে হাহে, ফুল ফুলে, কথা ক’লেতুমি চুলেই যে বসন্তধুমুহাও যে প্ৰশান্ততোমাৰ মাজত দিগন্তসৃষ্টিৰ অপৰুপ অনন্ত মেঘালি চুলি তাৰিতধৌ খেলে ৰ’দ দাৰিহাহিত মিচিকনিসোনাৰুৰ পাহিসজল সজল চাৱনিতত’ৰাৰে জিলিকনিসেন্দুৰিয়া ওঠতেক’থাৰে নিচুকনিবুকুৰ মাজত দেখো জাগে সপোনচকুৰ পতাত আকি তোমাক চিকুনতোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই পুৱা দুচকু মেলিএপল দুপলা বেলিনিজম নিজম … Read more

উপহাৰ lyrics | upohar assamese lyrics

বুকুৰে মাজতে তুমি মন মোৰদিঠকত তুমি বহু দূৰনিজৰাৰ দৰে তুমি আছা বৈসিৰে সিৰে মোৰ ৰক্ত হৈএকা বেঁকা জীৱন পথতসান্তনা তুমি মনৰ ৰ’দালি আহে ডাৱৰ ফালিবৰষাৰ শেষত সেয়া তুমি নেকি?তুমি মোৰ সেই কাহিনীআনে ফুৰে যি বিচাৰি দুচকু মেলি দুই ওঁঠৰে হাঁহিটিচাওঁ থমকি সকলো পাহৰিস্মৃতি প্ৰতাপী সমলয় অনুভূতিৰমানুহে ইয়াকেই প্ৰেম বোলে নেকি? কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈপৰিব … Read more

ৰুমাল song lyrics | Rumal Lyrics in english

একবিংশ শতিকাৰ প্ৰেম কাহিনীৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙণিএকবিংশ শতিকাৰ মোৰ কাহিনীৰুমালৰে সাজতে স্মৃতি হৈ মৰমীৰুমালৰ ভাঁজে ভাঁজে দুখৰে বিননিৰুমালত কাহিনীৰুমালত জীৱনীৰুমালত হুমুনিয়াহৰুমালত উচুপনিৰুমাল, ৰুমাল, ৰুমাল, ৰুমালএখন ৰঙা ৰুমালৰুমাল, ৰুমাল, ৰুমাল, ৰুমালআজিৰ শেতা ৰুমাল । সেই কোন কাহিনীত দেখা এযোৰি কাজল চকুমনত পৰিলে আজিও শোকে খুন্দে বুকুকৃষ্ণচূড়াৰ তলত, স্কুলৰ দুপৰীয়াক্লাছৰ ফাকে ফাকে, কতনো ওমাল কথালুটিয়াই চালে জীৱনী … Read more

অহাৰ দৰে উভতি আতৰি গলা lyrics | Ohar Dore Ubhoti Atori Gola lyrics

অহাৰ দৰে উভতি আঁতৰি গ’লাবাটে বাটে ফুল সিঁচি থৈৰ’দৰ তাপত মৰহি শুকালেওতোমাৰ কথাকে আছে কৈঅহাৰ দৰে উভতি আঁতৰি গ’লাবাটে বাটে ফুল সিঁচি থৈৰ’দৰ তাপত মৰহি শুকালেওতোমাৰ কথাকে আছে কৈ ভৰ বাৰিষাৰ মেঘৰ দৰেইআহিছিলা বুৰাও বুলিভৰ বাৰিষাৰ মেঘৰ দৰেইআহিছিলা বুৰাও বুলিবৰষি বৰষি মোৰ জীৱনততিয়ালা যে পথৰ ধূলিনাজানো কিয় তমিয়েই আঁতৰি গ’লাবুকু ভৰা অভিমান লৈঅহা দৰে ওভতি … Read more