ৰামধেনু সূৰ্যৰ কোন দিশত সৃষ্টি হয়
ৰামধেনু সদায় সূৰ্য্যৰ বিপৰীত দিশত গঠন হয়। অৰ্থাৎ আকাশত ৰামধেনু পৰ্যবেক্ষণ কৰিলে পিছফালৰ পৰা সূৰ্যৰ পোহৰ আহি সন্মুখত থকা পানীৰ টোপাল বা বৰষুণবোৰ আলোকিত কৰি আছে। ৰামধেনুৰ চাপৰ কেন্দ্ৰ আকাশত সূৰ্য্যৰ অৱস্থানৰ পোনে পোনে বিপৰীত। গতিকে, যদি আপুনি ৰামধেনু চাব বিচাৰে তেন্তে সূৰ্য্য য’ত অৱস্থিত তাৰ বিপৰীত দিশলৈ চাব লাগে। মনত ৰাখিব যে ৰামধেনু এটা … Read more