জলচক্র কাক বোলে
জলচক্ৰ হৈছে পৃথিৱী-বায়ুমণ্ডল ব্যৱস্থাত পানীৰ অবিৰত পৰিসঞ্চালন জড়িত প্ৰক্ৰিয়া। পানী পদাৰ্থৰ তিনিটা অৱস্থাত থাকিব পাৰে: কঠিন (বৰফ), তৰল (পানী), আৰু গেছ (জলীয় বাষ্প)। জলচক্ৰটো কেইবাটাও প্ৰক্ৰিয়াৰে গঠিত যিয়ে পৃথিৱীত পানীৰ অৱস্থা আৰু অৱস্থান সলনি কৰে। এই প্ৰক্ৰিয়াসমূহ হ’ল- বাষ্পীভৱন (Evaporation): সূৰ্যৰ তাপত তৰল পানীৰ জলবাষ্পলৈ ৰূপান্তৰ। মূলতঃ সাগৰ, হ্ৰদ, নদীৰ পৰা এই ৰোগ হয়। বাষ্পীভৱন: … Read more