ৰাজ্যপালৰ ভুূমিকা
ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় নীতিৰ ওপৰত প্ৰতিষ্ঠিত। কেন্দ্ৰৰ শাসন ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যৰ শাসন ব্যৱস্থা ৰাজ্যিক চৰকাৰৰ হাতত সংবিধানে ন্যস্ত কৰিছে। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে সংবিধানে ৰাষ্ট্ৰপতি পদৰ ব্যৱস্থা কৰাৰ দৰে ৰাজ্যৰ মুৰব্বী হিচাপে ৰাজ্যপাল পদৰ সৃষ্টি কৰিছে। ৰাজ্যপালে ৰাজ্যিক শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ দ্বৈত ভূমিকা পালন কৰিব লাগে— ক) ৰাজ্যিক সাংবিধানক … Read more