কৈশোৰ কালৰ নৈতিক বিকাশ
কৈশোৰ কালছোৱাতেই কিশোৰৰ বিচাৰ-বিবেচনা তথা বুদ্ধি ভাৰসাৰে নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত ইয়ে প্ৰভাৱ পেলায়। ধৰ্ম, দর্শন তথা জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি জাগিত হোৱা উৎকণ্ঠাই প্ৰতিটো কিশোৰৰ মানসিক অন্তর্দ্বন্দ্বৰ সৃষ্টিত প্ৰভাৱ পেলাব পাৰে। এই ক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে অভিভাৱকসকলৰ মতাদৰ্শৰ পৰা আঁতৰি আৰ্হি নিজৰ যুক্তি-বিবেচনাৰে কিশোৰে নৈতিকতাসমৃদ্ধ এক নতুন সমাজ গঢ়িব বিচাৰে। এইদৰে নৈতিকতাৰ ত্ৰিকাশে সামাজিক দায়ৱদ্ধতা, … Read more