জনসংখ্যাৰ বৃদ্ধি সমস্যা | জনসংখ্যাৰ বৃদ্ধি কাৰণ

জনসংখ্যাৰ বৃদ্ধি সমস্যাবোৰ হ’লঃ-

১. জনঘনত্ব বৃদ্ধি কৰি পৰিৱেশ দূষিত কৰা।

২. ভূমিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি কৰি বনাঞ্চল উচ্ছেদ তথা পৃষ্ঠভাগৰ অৱনিত সাধন।

৩. ভূমিৰ উৎপাদিকা শক্তি হ্ৰাসৰ যোগেদি আয় উৎপন্ন হ্ৰাস।

৪. জনস্বাস্থ্যৰ অৱনতিৰ যোগেদি নিশকতীয়া তথা আহুকলীয়া জীৱনধাৰণাৰ ম্যাদ বৃদ্ধি।

৫. দীৰ্ঘকালত পৰিৱেশীয় ভাপসাম্য বিঘিনি ঘটাই বানপানী, ভূমিকম্প, খৰাং বতৰ ইত্যাদিৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি কৰা।

৬. ভৱিষ্যৎ পুৰুষৰ বাবে সম্পদৰ উপলব্ধতা হ্ৰাস কৰে।

Leave a Comment