জনসংখ্যাৰ বৃদ্ধি সমস্যা | জনসংখ্যাৰ বৃদ্ধি কাৰণ

জনসংখ্যাৰ বৃদ্ধি সমস্যাবোৰ হ’লঃ- ১. জনঘনত্ব বৃদ্ধি কৰি পৰিৱেশ দূষিত কৰা। ২. ভূমিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি কৰি বনাঞ্চল উচ্ছেদ তথা পৃষ্ঠভাগৰ অৱনিত সাধন। ৩. ভূমিৰ উৎপাদিকা শক্তি হ্ৰাসৰ যোগেদি আয় উৎপন্ন হ্ৰাস। ৪. জনস্বাস্থ্যৰ অৱনতিৰ যোগেদি নিশকতীয়া তথা আহুকলীয়া জীৱনধাৰণাৰ ম্যাদ বৃদ্ধি। ৫. দীৰ্ঘকালত পৰিৱেশীয় ভাপসাম্য বিঘিনি ঘটাই বানপানী, ভূমিকম্প, খৰাং বতৰ ইত্যাদিৰ দৰে বিভিন্ন … Read more

জনসংখ্যা বৃদ্ধি (Population Growth)

সাধাৰণতে কোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিলে তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতাই। কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে … Read more

জনসংখ্যাৰ বিস্ফোৰণ | Population Explosion

মানুহৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কম হোৱা সত্ত্বেও যদি জন্মৰ হাৰ কম নহয় তেন্তে জনসংখ্যাৰ বৃদ্ধি দ্ৰুততৰ হয়। এনে পৰিস্থিতিত জনসংখ্যা বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বোলে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষত ১৯৫১ চনৰ পিছত উন্নত মানৰ চিকিৎসা সেৱাৰ বাবে মৃত্যুৰ হাৰ কমিব ধৰিলে যদিও জন্মৰ হাৰ সেই অনুপাতে কম নোহোৱাত বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুততৰ হ’ল। গতিকে ভাৰতবৰ্ষত … Read more

মেকুৰীৰ বিষয়ে ৰচনা

পাতনি: মেকুৰী এবিধ মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। ই বাঘৰ দৰে দেখিবলৈ, ঠেং চাৰিখন আছে, ঠেংত পাঁচটাকৈ নখ থাকে। গাটো মিহি নোমেৰে আবৃৃত। মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ। ইহঁতে নিগনি বা আন সৰু প্ৰাণীৰ উচ্চ কম্পনাংকৰ শব্দ শুনা পায়। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। বেছিভাগ আন … Read more

ছাগলীৰ বিষয়ে ৰচনা

পাতনি: প্ৰায়ে “সৰ্বমুখী পশুধন” বুলি কোৱা ছাগলীবোৰ হৈছে এনে মনোমোহা প্ৰাণী যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি মানৱ সভ্যতাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিৱেশত ইয়াৰ স্থিতিস্থাপকতালৈকে ছাগলী বহুমুখী আৰু মূল্যৱান প্ৰাণী হিচাপে প্ৰমাণিত হৈছে। কৃষি গুৰুত্বপূৰ্ণ: বিশ্বজুৰি ছাগলীৰ কৃষিগত গুৰুত্ব অপৰিসীম। তেওঁলোকৰ প্ৰধান ভূমিকা মাংস আৰু গাখীৰৰ পৰা … Read more

গৰু উপকাৰী জন্তু

গৰু  আমাৰ অতি উপকাৰী প্ৰাণী। প্ৰাচীন কালৰে পৰাই বিভিন্ন ৰূপত পূজিত হৈ আহিছে । কথা আছে নহয়- যাৰ নাই গৰু সি সবাতোকৈ সৰু । আমাৰ হিন্দু সমাজত গৰুক  পুজা পাৰ্বণত ব্যৱহাৰ কৰা হয়। যেনে- দুগ্ধ, গোমূত্ৰ, গোবৰ আদি সমাজত গৰু ব্যৱহাৰ কৰে। আমাৰ মাজত গৰুক কেইবাটাও কাৰণত উপকাৰী প্ৰাণী বুলি গণ্য কৰাৰ বিষয়ে তলত উল্লেখ … Read more

গৰুৰ বিষয়ে ৰচনা

পৰিচয়: গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গুৰু এবিধ তৃণভোজী প্ৰাণী। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে কম বেছি পৰিমাণে গৰু দেখিবলৈ পোৱা যায়। কিছুমান দেশত বনৰীয়া গৰুও পোৱা যায়। প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে। পশ্চিমীয় দেশত গৰুবোৰ ডাঙৰ আৰু দীঘল হয়, কিন্তু আমাৰ দেশত গৰুবোৰ বেছি ডাঙৰ দীঘল নহয়। গৰুক সাধাৰণতে দুটা শ্ৰেণীত ভগাব পাৰি। যেনে- মতা … Read more

ভাৰতত পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত থকা আইন-কানুনসমূহ

ভাৰতত পৰিবেশ ৰক্ষাৰ আইন-কানুনসূহ ষ্টকহম আন্তৰ্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্ৰত বা বিভিন্ন প্ৰদেশত পৰিবেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্ৰণয়ন হৈ আহিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন(Indian Fisheries Act, 1897) ভাৰতীয় বন্দৰ আইন, ১৯০৭(The Indian port Act, 1907) যান-বাহনৰ আইন (The motor Vehicles Act, 1938) … Read more

পৰিবেশ সুৰক্ষা সম্পৰ্কীয় আইন-কানুনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব

পৰিবেশৰ বিভিন্ন দিশত হোৱা অৱনতিৰ বিষয়ে লক্ষ্য কৰি বিশ্বৰ বিভিন্ন দেশে পৰিবেশক বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান আইন প্ৰণয়ন কৰিছে। পৰিবেশ সুৰক্ষাৰ আইন-কানুনসমূহৰ উৎপত্তি স্থল হৈছে ৰাষ্ট্ৰসংঘ। ১৯৬৮ চনৰ ৩০ জুলাই দিনা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে (The Economic and Social Council of UNO) আমাৰ বাসভূমি পৃথিৱীৰ মানৱীয় পৰিবেশৰ সমস্যাৰাজি পৰ্যালোচনা কৰিবলৈ এখন আন্তৰ্জাতিক … Read more

চৰকাৰী ঘৰ বিচাৰি আবেদন

প্রতি, তাং_______ মাননীয় সভাপতি মহোদয় [পঞ্চায়তৰ নাম] বিষয় : Pmay আবাসগৃহ পাবৰ বাবে/চৰকাৰী ঘৰ বিচাৰি আবেদন। মহাশয়, বিনীত নিবেদন এই যে মই [আপোনাৰ নাম] ________নং গাওঁ পঞ্চায়তৰ ________নং ৱাৰ্ডৰ এগৰাকী বাসিন্দা। মই চৰকাৰৰ দ্বাৰা স্বীকৃত দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তি। মহোদয়ক বিশেষভাৱে জনাওঁ যে চৰকাৰী আবাস পোৱাৰ যোগ্য যদিও উক্ত তালিকাত এবাৰো নাম অন্তৰ্ভুত্ক নহ’ল। গতিকে … Read more