চুনু মুনু | Sunu Munu lyrics

প্ৰথমে প্ৰণামোআই সৰস্বতীদ্বিতীয় প্ৰণামোহৰিএ তৃতীয় প্ৰণামোতোৰে ঘৰৰ পদূলিতবিয়া হৱমোলে তইযদি মোপ মন ফুলনিৰ বাগিচাৰক’না, ক’না,হবি নে মোৰ মালিতাতোকে ভাৱি লিখা কবিতাজাননে, জাননে,জাৰৰে ঐ বিচনাতমোৰ যৌৱনৰে জিলাতেএটি সৰু ঘৰ খেৰ পথাৰেসাজিমে মইতোৰে লগতেএ দেহী, পাহাৰ বগাই বগাইতেনীমাইকপৌফুল নানোগৈঅ’ চেনীমাইখোপাতে দিবলৈ বুলিএ দেহীভৈয়ামতে যে পায়কত’ নাহৰ তগৰঅ’ চেনীমাইলাগিলে তাকে দিম আনি এ জাননেঐ বদনঐ এপেগতে মজা, দুপেগতে … Read more

Bosti Jabole Time Lyrics

Bosti jabole time lyrics in english Bosti Jabole time ahisheAro Christmas bhi osor hoishePocket khali ase hoilebiBosti jabole bishi mon aseHarami sathi khan koiBosti joldi ahibiPocket khali hoilebiSathi khan osor deh thakileMoi eku nalage I kiulong along pü thsüchoh müyamrüboNyimung khülang mahne lang ahAtsükhüh nü pincho langNüsa yo pocket money ju used tüthsüyeIki she alang … Read more

সপোন সপোন যেন lyrics | Xopun Xopun Roi Roi Binale lyrics

সপোন সপোন যেনআজি মোৰে ভালপোৱাবোৰজিৰি জিৰি সপোন নামি আহেআজি চকুতে মোৰসপোন সপোন যেনআজি মোৰে ভালপোৱাবোৰজিৰি জিৰি সপোন নামি আহেআজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি-ভাঁহি যাওঁ মইতোমাৰে বুকুতে জীপাল হওঁ আজি মইসপোন সপোন যেনআজি মোৰে ভালপোৱাবোৰজিৰি জিৰি সপোন নামি আহেআজি চকুতে মোৰ নাচে বুকুতে আশানেদেখা সপোন উতলাজীৱনযুৰি বিয়পাগাই অন্য অন্য ভাষাদিলোঁ মোৰ তোমাকে ছায়ামোৰ মন … Read more

মোৰ মন দুচকুত lyrics | Mur Mon Lyrics | Zubeen Garg & Sweety Das

মোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শ মোৰ আকাশআছেই একেথৰেমোৰ মন মোৰ বুকুতলিখে একেই আখৰেমোৰ মন মোৰ ছবিআঁকে একেই সাঁথৰেমোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শ মোৰ আকাশআঁকেই একেথৰে মোৰ আঁউসীৰ জোনেআজি পোহৰ বিচাৰেমোৰ স্বপ্নভৰা গানেওঁঠেৰে নিগৰেমোৰ ডেউকাৰ ক’লা ৰংশুভ্র হ’ব খোজেমোৰ কাজলী ৰাতিবর্ণিল হ’ব খোজেমোৰ মন দুচকুতঅসহায় অকলশৰেমোৰ স্পৰ্শৰ বলাকাতবিচাৰা নিজৰ দৰেমোৰ মন হয় পাথৰখুন্দি খুন্দি ভিতৰেমোৰ তীব্র … Read more

Roi roi binale assamese lyrics | ৰৈ ৰৈ বিনালে

ৰৈ ৰৈ বিনালেনিশায়ে বিনালেৰাতিপুৱাবলে কিমান পৰডাৱৰে ডাৱৰেএন্ধাৰে সিপাৰেজেউতি লুকালে অসীমতনভবা কথাও হঠাতে হয় চাগেপায়ো হেৰুৱালোবুজি পোৱাৰ আগতেৰৈ ৰৈ বিনালেনিশায়ে বিনালেৰাতিপুৱাব কেতিয়াডাৱৰে ডাৱৰেএন্ধাৰে সিপাৰেজেউতিও নাইকিয়াৰৈ ৰৈ বিনালেনিশায়ে বিনালেৰাতিপুৱাবলে কিমান পৰ জানো বুজো তথাপিও নোৱাৰোনিজৰ মাজত তোমাকেই সামৰোজানো বুজো তথাপিও নোৱাৰোনিজৰ মাজত তোমাকেই সামৰোসপোনৰ ৰথ আজি হতবাক স্তব্ধজীৱনৰ পথ আজি মলিন বিবর্ণজীৱনৰ যাত্ৰা তোমাতেই বিলীনতোমাতেই বিলীনৰৈ ৰৈ … Read more

Dighloti lyrics in Assamese |  দীঘলতি

DighLoti Lyrics অ’ মন জুই জ্বলিছেকিবা কিবি লাগিছে,সমনীয়া বিহুৱা মনউবা-জুবা কৰিছে। হাউলি হাউলি নিদিবি ঐপদূলিতে বাঢ়নী তই গধূলি,উতলা ব’হাগত নাচনী হৈসাঁজি কাঁচি ন’ৰবি তই লাহৰী। দীঘলতি দীঘল পাত, মাখিয়তী চাক,কোনে দিয়ে লাহৰী তোক অমাতৰে মাত। অমাতৰে মাত, আমাতৰে মাতমৰমৰে মাত, মৰমেৰে মাত। এ,হ’ব পাৰে মাৰে কাজীএকো কথা নাই,মাকোঁ সৰিল সূতা ছিগিলকোনেনো জুৰাই। এ,তই বহিলে তাঁত … Read more

এবেলি মোক lyrics | Abeli mok lyrics

এইবেলি মোক বুকুতে ৰাখি,এইবেলি মোক লোৱাহি ঢাকি,এইবেলি মোক আঁচলতে তোমাৰচাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল, প্ৰতিটো ৰাতি….. এইবেলি হওঁক এই পৃথিৱী সাক্ষী,আৱেগেৰে জ্বলোৱা চাকি….. তোমাৰে কথা ভাবি পাৰ হয় সময়,আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়,জোনৰে দেশৰ লৈ আহা বাতৰিনেলাগে জানা সোণ মোক একো বাকী….. এইবেলি মোক নথবা ৰাখি,মৰমেৰে লোৱাহি আঁৱৰি….. প্ৰতিটো নিশা সপোনত আহি,চুমা … Read more

কৈ দিয়া | KOI DIA Lyrics | MONTU MONI SAIKIA | PAPORI GOGOI

কৈ দিয়া ৩তুমি যে মোক ভাল পোৱাকৈ দিয়া ৩তুমি যে মোক ভাল পোৱাএবা নেদেখিলে কেনে লাগেতুমি বুজা নে!তেমাৰেই ছবি আকোঁ মনতেঅ’ আকলুৱা অভিমানে আঘুছি ধৰেবুকুৱেদি বৈ বৈ যাযতোমালে থকা ভাল পোৱাপ্ৰণয়ৰে ফাগুণ জাকেদি যায় তোমাৰ বতৰাবুকুৱেদি বৈ বৈ যাযতোমালে থকা ভাল পোৱাপ্ৰণয়ৰে ফাগুণ জাকেদি যায় তোমাৰ বতৰা মই তোমাৰ হ’ব খোজোঁপ্ৰতি পলে, প্ৰতি ক্ষণেহিয়াৰ দুৱাৰ … Read more

বাউলী হিয়া | Baulia Hiya lyrics in assamese

বিষ্ণুপ্ৰসাদ ৰাভা বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ’লশূন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিলজীৱন বীণৰ তাঁৰ জোকাৰি উঠিলপ্ৰাণে গালে শত শত বসন্তৰ গানঞনৰ দুটি পাহিকৰিলেহি সৰগৰ সুখামৃত পান ।।

অ মোৰ আপোনাৰ দেশ lyrics | O Mur Apunar Desh lyrics

অ’ মোৰ আপোনাৰ দেশ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশঅ’ মোৰ চিকুণী দেশএনেখন সুৱলা, এনেখন সুফলাএনেখন মৰমৰ দেশ । অ’ মোৰ সুৰীয়া মাতঅসমৰ সুৱদি মাতপৃথিৱীৰ ক’তো বিচাৰি জনমটোনোপোৱা কৰিলেও পাত । অ’ মোৰ ওপজা ঠাইঅ’ মোৰ অসমী আইচাই লওঁ এবাৰ মুখনি তোমাৰহেঁপাহ মোৰ পলোৱা নাই । FAQ ১. অ মোৰ আপোনাৰ দেশ কত প্ৰকাশ পাইছিল? … Read more