Mintu loves pinky lyrics | Part 1

(Nagamese Comedy Love Song) Hmm…hmm..hmm…hmm…hmm…hmm… Oh chukri mobile number tuEkpar dibi(hmm nadi bo moi)Call kuri bo morning eveningLine mari bo(ki lah line mari bo?) Khusi khusi number moi nadi boJehera tu sai sabiMoi laga piche na kuri biApni laga rasta jai jabi *Jehera tu biya hobo bari(hoi bia ase)oile bi mun tuSweet like sugar (sugar?)Rani … Read more

Ki hobo ei jibon lyrics

কি হব এই জীৱন তুমি নহলেকাৰ বাবে ৰচিব সপোনকি ৰব মোৰ বাবে তুমি নহলেকোন হব এই বুকুৰ আপোনৰং বিহীন ৰব আশাবোৰ হীয়াৰেঅৰ্থহীন লগে সকলোকি হব এই জীৱন তুমি নহলেকাৰ বাবে ৰচিব সপোন নাৰে নাৰে নেৰে নাৰেনেৰে নেৰে নে নেনাৰে নাৰে নেৰে নাৰেনে ৰা নে না উদাষ উদাষ লাগে তুমি নহলেনেযায় সময় কাষত তুমি নহলেৰিঙা উছা … Read more

Protitu pol lyrics

তুমি ঢালি দিলাহি বুকুতে মোকঅবুজ শিহৰণপাখি মেলি উৰি গুচিআবিচাৰি হিয়াৰ সমীৰণহেঙুলী কি ৰঙে,তোমাকে সুৱাৰালে,ৰদালীয়ে মিছিকি হাঁহে এ এ,সপোনে চোৱা কে,মুৰেনো দুচকুতে,তোমাৰে কোমল পৰশতে প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হখোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী ।প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হখোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।জোনাকৰে দলিচাত, অনুৰাগী ভাবনাত তোমাৰে মিঠা হাঁহি ফুলি উঠেকলিজাৰে … Read more

Moi elagi nohoi lyrics

কি নামেৰে মাটিলেভল পাবি তোইকি কোৰিবো লাগিবোতুৰ হোবোলে ম‍ই কি নামেৰে মাটিলেভল পাবি তোইকি কোৰিবো লাগিবোতুৰ হোবোলে ম‍ই সা সোকুলে সাআহ কথোলে তোইবুকুৰ কলিজাতুৰ কোঠা কে কয় ধে কোলিজালো কোলিজাহাজু আম্মু ম‍ইআত্যা হে রুজী পাবি তোই মই এলাগী নহয়মই এলাগী নহয়মই এলাগী নহয় উহ ওহ, উহ ওহ.. টুক জিমান লগো ভলবুজাই পুৱা টানহায়েহি দেহি তু … Read more

Eserenga ronga lyrics

তুমি যদি হোৱাএচেৰেঙা ৰঙাৰ’দালিৰে আবিৰ সনাউকা মন আকাশতডাৱৰে পোহৰেশিমলু তুলা হৈ উৰাতুমি যদি হোৱাপলাশে ৰঙোৱানৈপৰীয়া মনজুৰোৱা পচোৱাবুকুতে জিৰণি লোৱানাতুমি যদি হোৱাএচেৰেঙা ৰঙাৰ’দালিৰে আবিৰ সনাউকা মন আকাশতডাৱৰে পোহৰেশিমলু তুলা হৈ উৰা দুটি উঁঠৰেপৰশতেজীপাল হোৱাসুৰৰ দৰেদুপাৰ ভাঙিবৈ আহানাবাৰিষা হৈধাৰাশাৰেঅ’পাৰা যদি হোৱা তুমিপাহাৰৰ দৰে গহীনঅ’সাগৰ বিশাল আদৰেৰেপাৰা যদি হোৱা গভীৰআচুতীয়া মৰমৰে ঢৌ তুলিচিৰদিনতুমি যদি হোৱাএচেৰেঙা ৰঙাৰ’দালিৰে আবিৰ সনাউকা … Read more

Ekadashi ratiya lyrics

মোৰে ধনি গ’…অ মোৰে ধনি গ’…তোকে বৰ মৰম লাগি যায় অ একাদশী ৰাতিয়াঅন্তৰে ফচিলৌ ধনি গ’তোৰে চো ৰথিয়াকৰমাকে ৰাতিয়াঅন্তৰে পচিলৌ ধনি গ’তোৰে চো ৰথিয়াজিলিমিলি শাৰী পিন্ধেআখৰা মে নাচিলেঅ মোৰ ধনি গ’মনে হামাৰ মাদল বজায়হায় ৰে হায়অ মোৰ ধনি গ’তোকে বৰ মৰম লাগি যায়কোৰাচ অ এক কিলৌ হাৰিয়াএকেলাই খালে ছেও ধনিনিচা নাহিক’ লাগেলাএক কিলৌ হাৰিয়াএকেলাই খালে … Read more

আগমণি lyrics | Aagomoni Lyrics

আগমণি তোমাৰনিজান ৰাতিসুগন্ধি ফুলৰবতাহ চাতি আহানা কাষলেৰোৱানা তুমিচাই ৰও তোমাকবৈ যাও তোমাত পালতৰা নাৱৰবতাহেই সাৰথিমায়াময় জীৱনৰকোন বাৰু লগৰী নদীৰ কাষত বহিমনে মনে স্মৃতি বোৱাইছেধৌৱে ধৌৱে আমাৰদুয়োৰে মৰম বাগৰিছে যেতিয়া তোমাৰ পদুলিৰে আগুৱাওজপনা মুখতে বাট হেৰুৱাও সন্ধ্যা পৰততোমাৰ লগতনামি অহা জোনাকমনত পৰেমৌন ওঁঠৰউজাগৰি নিশাজোনাকী পৰুৱাৰঅহা যোৱা সপোন সৰেভাহি আহেতোমাৰ কথাইআমনি দিয়ে তোমাৰ কথাই আমনি দিয়েতোমাৰ কথাই … Read more

অলকানন্দা lyrics | Alakananda lyrics in assamese

আগলি বতাহে সৰালে চুপহি কাজলী জপা দুচকুৰ পতাত ধেমালি চলেৰে ক’ৰেনো টিপচি নিচুকনি গীত জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আঁঁউজিলেহি ৰ’দ ভাগেনে চিকুণে সোণ টোপনি তোমাৰ মায়াময় উশাহৰ উমে আনে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ … Read more

যন্ত্ৰ | Jantra lyrics

ৰাতিপুৱা সুই উঠিযাবৰে যে হয় স্কুললৈগধুৰ গধুৰ পঢ়াৰ বোজাকঢ়িয়াওতে যায় দিন দুৰলৈস্কুলৰ শেষত টিউচন কৰিঘুৰি আহি একো নাপাও বিছাৰিহোমৱৰ্ক কৰি ভাগৰিবিচনাৰ কোলাকেই লও সামৰি আমি যেন যন্ত্ৰযন্ত্ৰএকো একোটা যন্ত্ৰযন্ত্ৰআমি আমি যেন যন্ত্ৰযন্ত্ৰএকো একোটা যন্ত্ৰযন্ত্ৰ ৰাতিপুৱা সুই উঠিচাহত সোহা মাৰি, পেপাৰ পঢ়িএকেই খবৰ একেই চবিএকেই মৰা মৰি, ঠগা ঠগিন বজাত গা ধুই উঠিপেট পুজা কৰি কাপোৰ … Read more

অসমীৰে চোতালতে lyrics | Axomire sutalote lyrics

অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলী মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি । নীলা নীলা পাহাৰতে ডালিমীয়ে কথা পাতে জুৰিটিৰ কাষতে ৰৈ হিয়াৰে বতৰা কৈ মলয়াত উৰে চুলি অ’ মলয়াত উৰে চুলি মাতে মোক হাত বাউলি মাতে মোক হাত বাউলি । ভৈয়ামৰে পথাৰতে ৰোৱনী লখিমীহঁতে উলাহত জুৰিলে গান বনগীত … Read more