হেম বৰুৱা বিষয়ে চমুকৈ লিখা
হেম বৰুৱা(১৯১৫-১৯৭৭)ৰ জন্ম হয় তেজপুৰত। ১৯৩২ চনত তেজপুৰত চৰকাৰী হাইস্কুলৰপৰা প্ৰবেশিকা, ১৯৩৪ চনত কটন কলেজৰপৰা আই এ আৰু ১৯৩৬ চনত বি এ পাছ কৰি ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা এম এ পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাদেৱে ১৯৪৪ চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যক্ষ হয়। সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বৰুৱা … Read more