মুখ্যমন্ত্ৰী লৈ আবেদন

ৰাজ্যৰ নাগৰিক হিচাপে আমাৰ বিভিন্ন সমস্যা, অসুবিধা বা দাবী-দাৱা চৰকাৰৰ ওচৰত উপস্থাপন কৰাৰ অধিকাৰ আছে। কোনো ব্যক্তিগত সমস্যা, ৰাজহুৱা সমস্যা, আৰ্থিক সাহায্য, চিকিৎসা সহায়, শিক্ষাৰ্থীৰ সহায়, পথ-ঘাট উন্নয়ন বা অন্য যিকোনো জনস্বাৰ্থমূলক বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আবেদন পত্ৰ দাখিল কৰিব পাৰি। এই লেখাটোত মুখ্যমন্ত্ৰীলৈ আবেদন কেনেদৰে লিখিব লাগে আৰু এখন নমুনা আবেদন পত্ৰৰ বিষয়ে আলোচনা কৰা … Read more

উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আবেদন

বৰ্তমান সময়ত উচ্চ শিক্ষা লাভ কৰাটো বহু শিক্ষাৰ্থীৰ সপোন। কিন্তু আৰ্থিক অসুবিধাৰ বাবে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষা আগবঢ়াই নিয়াত সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত চৰকাৰ, শিক্ষা প্ৰতিষ্ঠান, বিধায়ক, সাংসদ, দাতব্য সংস্থা অথবা সমাজৰ শুভাকাংক্ষী ব্যক্তিৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি আবেদন কৰিব পাৰি। এই লেখাটোত উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আবেদন কেনেদৰে লিখিব লাগে … Read more

বানপানী সাহায্য বিচাৰি আবেদন

বানপানী সাহায্য বিচাৰি আবেদন: কেনেদৰে লিখিব আৰু আবেদন পত্ৰৰ নমুনা অসমকে ধৰি ভাৰতৰ বহু অঞ্চলত প্ৰায় প্ৰতিবছৰে বানপানীয়ে ভয়ংকৰ ক্ষতি সাধন কৰে। বানপানীৰ ফলত ঘৰ-বাৰী, শস্য, পশুধন, পথ-ঘাট আৰু অন্যান্য সম্পত্তি নষ্ট হয়। এনে পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলে চৰকাৰ, জিলা প্ৰশাসন, বিধায়ক, সাংসদ বা বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ ওচৰত সাহায্য বিচাৰি আবেদন কৰিব পাৰে। এই লেখাটোত আমি … Read more

গাওঁবুঢ়া লৈ আবেদন

গাওঁবুঢ়া লৈ আবেদন কেনেদৰে লিখিব? গাওঁবুঢ়া (Gaonburah) হৈছে গাঁওৰ এজন স্বীকৃত প্ৰতিনিধি, যিয়ে বিভিন্ন চৰকাৰী কাম-কাজত গাঁওবাসীক সহায় কৰে। বহু সময়ত বাসস্থান প্ৰমাণ পত্ৰ, আয় প্ৰমাণ পত্ৰ, চৰিত্ৰ প্ৰমাণ পত্ৰ, ভূমি সম্পৰ্কীয় তথ্য অথবা আন সামাজিক সমস্যাৰ সমাধানৰ বাবে গাওঁবুঢ়াৰ ওচৰত আবেদন জনাব লাগে। এই লেখাটোত আমি জানিম গাওঁবুঢ়া লৈ আবেদন কেনেদৰে লিখিব লাগে আৰু … Read more

বিধায়ক লৈ আবেদন

বিধায়কলৈ আবেদন পত্ৰ কেনেদৰে লিখিব? এলেকাৰ উন্নয়ন, ৰাস্তা মেৰামতি, পানী যোগান, বিদ্যুৎ, স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয় আদি জনসাধাৰণৰ সমস্যাৰ সমাধানৰ বাবে বহু সময়ত স্থানীয় বিধায়ক (MLA) ৰ ওচৰত আবেদন পত্ৰ দাখিল কৰিব লাগে। এখন সুন্দৰ আবেদন পত্ৰত সমস্যাটো স্পষ্টভাৱে উল্লেখ কৰি সমাধানৰ বাবে অনুৰোধ জনোৱা হয়। বিধায়কলৈ আবেদন পত্ৰৰ ফৰ্মেট প্ৰতি,মাননীয় বিধায়ক মহোদয়/মহোদয়া,_ বিধানসভা সমষ্টি,অসম। বিষয়ঃ … Read more

ৰাজহুৱা আবেদন পত্ৰ

ৰাজহুৱা আবেদন পত্ৰ কেনেদৰে লিখিব? (নমুনাসহ সম্পূৰ্ণ গাইড) ৰাজহুৱা আবেদন পত্ৰ হৈছে এনে এখন আনুষ্ঠানিক পত্ৰ যি কোনো ব্যক্তি, দল বা সংগঠনে জনসাধাৰণৰ স্বাৰ্থত চৰকাৰ, বিভাগ, প্ৰতিষ্ঠান বা কৰ্তৃপক্ষৰ ওচৰত কোনো সমস্যা সমাধান বা সুবিধা প্ৰদানৰ বাবে আবেদন কৰে। আবেদনত বিদ্যালয়, পথ-ঘাট, পানী যোগান, বিদ্যুৎ, স্বাস্থ্য সেৱা, নলা-নৰ্দমা, ৰাস্তা মেৰামতি আদি বিভিন্ন বিষয়ত ৰাজহুৱা আবেদন … Read more

বিপদ আৰু দুৰ্যোগৰ মাজত পাৰ্থক্য

বিপদ আৰু দুৰ্যোগৰ মাজত পাৰ্থক্য মানৱ জীৱনত বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনাই ক্ষতি সাধন কৰিব পাৰে। এই ক্ষেত্ৰত “বিপদ” (Hazard) আৰু “দুৰ্যোগ” (Disaster) শব্দ দুটা প্ৰায়ে একে অৰ্থত ব্যৱহাৰ কৰা হয়, সাধাৰণ কথা-বতৰাত ইয়াৰ ব্যৱহাৰ একে যেন লাগিলেও, কিন্তু বাস্তৱত এই দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সঠিক ধাৰণা থাকিলে দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা বৃদ্ধি … Read more

জুবিন গাৰ্গৰ বিষয়ে চমু ৰচনা | জুবিন গাৰ্গ ৰ বিষয়ে ৰচনা অসমীয়া pdf

zubin garg in bangla

ভূমিকা: জুবিন গাৰ্গ(১৮ নৱেম্বৰ, ১৯৭২ – ১৯ ছেপ্টেম্বৰ, ২০২৫) কেৱল এজন গায়ক নহয়, তেওঁ অসম, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কষ্ঠশিল্পী। অসমীয়া সংস্কৃতিৰ এক প্ৰাণস্পন্দন। তেওঁৰ কণ্ঠত যাদু আছে, যি যিকোনো প্ৰজন্মৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিব পাৰে। অসমৰ আধুনিক সংগীতক নতুন মাত্ৰা প্ৰদান কৰাত তেওঁৰ অৱদান অতুলনীয়। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, … Read more

জুবিন গাৰ্গ ৰ বিষয়ে চমু টোকা

Zubin Garg

জুবিন গাৰ্গ: অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ(ইংৰাজীতঃ Zubeen Garg) অসমৰ এজন অতি জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, সুৰকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ অসমৰ আধুনিক সংগীত জগতত এক বিশেষ স্থান দখল কৰিছে আৰু তেওঁৰ সুৰ, কণ্ঠ আৰু সৃষ্টিশীলতা সকলো বয়সৰ লোকৰ মাজত অতি প্ৰিয়। ব্যক্তিগত জীৱন জুবিন গাৰ্গৰ জন্ম ১৮ নৱেম্বৰ ১৯৭২ তাৰিখে … Read more

বাদ্য কেই প্ৰকাৰৰ আৰু কি কি

যিবোৰ বস্তু ব্যৱহাৰ কৰি সুৰ বা শব্দ সৃষ্টি কৰা হয়, তাক বাদ্যযন্ত্ৰ বোলে।বাদ্যযন্ত্ৰৰ প্ৰকাৰ (Types of Instruments) সাধাৰণতে বাদ্যযন্ত্ৰ ৪টা প্ৰধান ভাগত বিভক্ত: ১. তন্ত্ৰী বাদ্য (String Instruments)ঃ যিবোৰ বাদ্যত তাৰ (string) কম্পনৰ জৰিয়তে শব্দ সৃষ্টি হয় তাকে তন্ত্ৰী বাদ্য বুলি কোৱা হয়। উদাহৰণ: গীটাৰ(Guitar), ভায়লিন(Violin), চিটাৰ(Sitar) আদি। তাৰ টানি বা ঘঁচি বাজোৱাই মিঠা সুৰ … Read more