দৈজিং উৎসৱ(Dwijing Festival) ২০২১-২২

বছৰৰ ব্যস্ততাপূৰ্ণ জীৱনত  নিজৰ পৰিয়াল, বন্ধু-বান্ধৱী, আত্মীয়ৰ লগত এবাৰ সকলোও হ’লেও ক’ৰবাত নহয় ক’ৰবাত ভ্ৰমণ বা পিকনিক খাবলৈ মন যায়। হয় আমি ব্যস্ততাপূৰ্ণ জীৱনত কেতিয়াবা ৰং, আনন্দায়ক কৰিবলৈকে সময় নাপাওঁ। সিয়েহে নিজৰ পৰিয়াল লগত নিজৰ কাম এৰি পৰিয়ালক সময় দিব। আমাৰ অসমৰে ছিৰাংত প্ৰতি বছৰৰ দৰে এই বেলিও অধিক দুঃসাহসিক, আশ্চৰ্যজনক লাইভ প্ৰদৰ্শন, ফেশ্বন, খাদ্য, … Read more