ফ্লিপকাৰ্ট ‘দ্যা বিগ বিলিয়ন ডে ছেল’ আৰু আমাজন ‘দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল’ উৎসৱ বিক্ৰি অতিৰ্শীগ্ৰে আহি আছে

উৎসৱ অতিৰ্শীগ্ৰে আহি আছে, ইয়াৰ কাৰণতো হ‘ল বস্তু কিনাৰ নতুন সময়। ফ্লিপকাৰ্ট ‘দ্যা বিগ বিলিয়ন ডে ছেল‘ আৰু আমাজন ‘দ্যা গ্ৰট ইন্ডিয়ান ফেছটিবেল‘ যদিও ফ্লিপকাৰ্ট আৰু আমাজনে আজিলৈকে তাৰিখ ঘোষণা কৰা হোৱা নাই, উৎসৱ অতি শীৰ্গ্ৰে আহি আছে আৰু সকলো মানুহে কোবিদ-১৯ মহামাৰীৰ ফলত বস্তু বাহানীবোৰ কিনিবলৈ বাহিৰলৈ যাবলৈ পোৱা নাই। এই কেইটা মাহ প্ৰত্যক … Read more

য়োনো আপ(YONO APP) ব্যৱহাৰ কৰি শীঘ্ৰে বেঙ্কৰ বিৱৰণ

য়োনো আপ(YONO APP) ব্যৱহাৰ কৰি শীঘ্ৰে বেঙ্কৰ বিৱৰণ      পাৰ্চ বুক এতিয়া নিজৰ মোৱাইলত, বেঙ্কৰ টকা পইচা লেনদেনৰ বিৱৰণ সমূহ য়োনো(YONO=You Only Need One) আপলিকেশ্বনৰ যোগেদি অতি শীঘ্ৰে পাব পাৰি। এয়া ভাৰতীয় ষ্টেট বেঙ্ক অফ ইণ্ডিয়া(SBI) দ্বাৰা উলিওৱা এটা ডিজিটেল বেঙ্কিং আপলিকেশ্বন। এই আপলিকেশ্বনত বেঙ্কৰ কাম কৰাই নহয়, ইয়াত ট্ৰেন, বাছ বা টেক্সি, বিমান, অনলাইন … Read more

Mobile Phone Buying Guide | Tips to Buy Best Smartphones Online, Offline | 2020

Mobile Phone Buying Guide | Tips to Buy Best Smartphones Online, Offline photo from youtub কোনটো মোবাইল কিনি ?  কোনটো মোবাইল লোৱাটো মোৰ বাবে ভাল হ’ব ? হয! আমি এটা মোবাইল কিনিবলৈ যাওঁতে বহুত বিপাঙত পৰো। SAMSUNG, VIVO, OPPO, MI, ইত্যাদিৰ Brandৰ নাম আমি শুনি, দেখি থাকো। কিন্তু আমি এখন মোবাইল কিনিবলৈ যাওঁতে বহুত সমস্যাত … Read more