জিঅ’ ফোন নেক্স দাম আৰু স্পেচিফিকেচনসমূহ | কিনিম নে নিকিনিম? | Jio Phone Next in Assamses

      বহু দিনৰ পিছত জিঅ‘ ফোন নেক্স(Jio Phone Next) মোবাইলটো ২০২১ চনৰ ৪ নৱেম্বৰত বজাৰত মুকলি কৰা হৈছিল। ফোনটোত ৭২০x১৪৪০ পিক্সেলৰ ৰিজলিউশ্বন আৰু ১৮:৯ৰ এস্পেক্ট অনুপাতৰ সৈতে ৫.৪৫ ইঞ্চিৰ টাচস্ক্ৰীণ ডিচপ্লে আছে, কেৱল নীলা আৰু কলা ৰঙৰ আহে।  জিঅ‘ ফোন নেক্সট এটা কোৱাড-কোৰ কোৱালকম ২১৫ প্ৰচেছৰৰ দ্বাৰা চালিত। ই ২ জিবি ৰেমৰ সৈতে আহে। … Read more