বসুন্ধৰা অভিযান কেনেকৈ আবেদন কৰিব পাৰিব | Mission Basundhara portal

    মিছন বসুন্ধৰা আঁচনি(MISSION BASUNDHARA)ৰ জৰিয়তে অসমৰ মাটি–বাৰী সম্পৰ্কীয় সমস্যাৰ  অতি সনকালে সমাধান কৰিব খোজা হৈছে। অসম চৰকাৰে সাধাৰণ ৰাইজৰ মাটি-বাৰী সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিবলৈ যোৱা ২ অক্টোবৰৰ পৰা ’বসুন্ধৰা পৰ্টেল‘ যোগে আবেদন গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে এক লাখ চল্লিশ হেজাৰতকৈ অধিক আবেদন ৰাইজৰ পৰা অসম চৰকাৰে গ্ৰহণ কৰিছে। অনলাইনৰ সা–সুবিধা নথকা বা ল’ব … Read more