অৰূপা পটঙ্গীয়া কলিতা(Arupa Patangia Kalita) বিষয়ে চমুকৈ
অৰূপা পটঙ্গীয়া কলিতা (১৯৫৬-…) সাম্প্রতিক কালৰ এগৰাকী শ্রেষ্ঠ গল্পলেখক। দেৱৰাজ কলেজ, কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে। তেওঁ ২০১৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। প্ৰবীন শইকীয়া বঁটা, অসম ভেলী সাহিত্য বঁটা লাভ কৰে। তেওঁৰ গ্ৰন্থসমূহ হ’ল— Written in Tears, The Story of Felance, মৌচাক, গল্প পুথি : মৰিয়ম আষ্টিন অথবা হীৰা … Read more