ডিম্বেশ্বৰ নেওগ(Dimbeswar Neog)ৰ চমু পৰিচয়
অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্রবন্ধকাৰ, উপন্যাসিক, ভাষা-সাহিত্যৰ গৱেষক, নাট্যকাৰ আৰু সমালোচক ডিম্বেশ্বৰ নেওগ। তেখেতৰ জন্ম হয় ১৮৯৯ চনৰ ৭ আগষ্ট তাৰিখে শিৱসাগৰৰ কমাৰদফীয়া গাঁৱত। ১৯৬৬ চনৰ ১১ নৱেম্বৰ তাৰিখে মাত্র ৬৭ বছৰ বয়সত মৃত্যু হয়। পেচা হিচাপে তৈখেত এগৰাকী আদর্শবান শিক্ষক আছিল। তেখেতৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃ চন্দ্ৰপ্ৰভা নেওগ। মূলতঃ অসমীয়া ভাষাত … Read more