অৰ্থনৈতিক পৰিকল্পনা কি
চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দিষ্ট অৰ্থনৈতিক লক্ষ্যত উপনীত হ’বলৈ কৌশল ৰচনা আৰু ৰূপায়ণ কৰা প্ৰক্ৰিয়াক অৰ্থনৈতিক পৰিকল্পনা বোলে। ইয়াৰ লগত সম্পদ আবণ্টন, নিয়োগ সৃষ্টি, অৰ্থনৈতিক বৃদ্ধি, আৰু সমাজ কল্যাণৰ বাবে অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাটো জড়িত হৈ থাকে। বৈষম্য হ্ৰাস কৰা, ঔদ্যোগীকৰণক প্ৰসাৰ কৰা, আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰা আদি দীৰ্ঘম্যাদী লক্ষ্যৰ ওপৰত গুৰুত্ব … Read more