সাহায্য বিচাৰি আবেদন | আৰ্থিক সাহায্য বিচাৰি আবেদন
তাৰিখঃ / / প্ৰতি, মাননীয় বিধায়ক মহোদয়, ৩২ নং বিধনাসভা সমষ্টি {ঠিকনা} বিষয়ঃ আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন। মহাশয়, সন্মানসহকাৰে আপোনাক জনাওঁ যে মই (আপোনাৰ নাম) আপোনাৰ সমষ্টিৰ _______ নং গাওঁ পঞ্চায়তৰ _______ নং ৱাৰ্ডৰ এগৰাকী নিবাসী। মহোদয়ক জনাওঁ যে যোৱা ________ মাহৰ পৰা মোৰ মাঁ __________ ৰোগত ভুগি আছে। চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক অস্ত্ৰোপ্ৰচাৰৰ বাবে … Read more